গছ ভালপোৱা ককাৰ খং । অধ্যায় ১১ । Class 7 Assamese Lesson 11 Question and Answer Assam | SCERT Class 7 Assamese Chapter 11 Solution | সপ্তম মান শ্ৰেণীৰ অসমীয়া অসমীয়া অধ্যায় ১১ গছ ভালপোৱা ককাৰ খং পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

গছ ভালপোৱা ককাৰ খং

৩) কোৱা আৰু লিখা ।

(ক) কবিতাটোত কাৰ বিয়া কথা কৈছে   

উত্তৰঃ কবিতাটোত  ৰঘুনাথৰ  লৰাটোৰ বিয়াৰ কথা কৈছে ।

(খ) আমলখি গছজোপা কিয় কাটিলে

উত্তৰঃ আমলখি  গছজোপা  বিয়াৰ ৰভা দিবলৈ কাটিলে ।

(গ) কোনে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে
উত্তৰঃ বোৱাৰীয়ে আহি  ঘৰখন পূৰাব বুলি কোৱা হৈছে  । 

(ঘ) সহজতে কি বস্ত  ঘূৰাই নাপাব বুলি ককাই কৈছে 
উত্তৰঃ  সহজতে  আমলখি  গছজোপা ঘূৰাই নাপাব বুলি কৈছে  ।

(৪) কোৱা আৰু লিখা ।

(ক) বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল 

উত্তৰঃ বিয়া খাবলৈ  আহি ককাই যেতিয়া দেখিছিল যে আমলখি গছযোপা কাটি দিলে তেতিয়া ককাৰ খং উঠিছল ।

(খ) বিয়া ঘৰত ককাই কিয় একো নাখালে 
উত্তৰঃ  বিয়া ঘৰত ককাই আমলখি গছযোপা কাটি দিয়াৰ বাবে একো নেখালে  ।

(গ) খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল
উত্তৰঃ  খং  উঠাৰ  পাছতো  ককাই দৰাক এজোলোকা আশীবাদ দিব বিচাৰিছিল  ।

৫) তলৰ কবিতা ফাকি গদ্যৰুপত লিখা-

আলহী-অতিথি যাব

ৰভা নাইকিয়া হব 

বোৱাৰীয়ে ঘৰখন 

দিবহি পূৰাই,

পিছে কোৱাচোন ৰঘুনাথ 

আমলখি গছজোপা 

সহজতে পাবানে ঘূৰাই

(৬) কবিতাটোৰ মূলভাব লিখা।

৭) বাক্য ৰচনা কৰা ।

এজোলোকা,আলহী-অতিথি, আশীবাদ, সহজতে, ঘূৰাই,

৮) ক অংশৰ লগত খ অংশৰ অৰ্থৰ মিল থকা শব্দবোৰ আঁচ টানি মিলোৱা-

ক অংশৰ             খ অংশ

ৰৰভা                       কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিমাণ কৰা চালি 

দৰা                         বৰ

গছ                         বৃক্ষ     

ঔছধ                      দৰব 

৯) তোমাৰ পৰিয়ালৰ অন্য সদস্যসকলক বা ওচৰ চুবুৰীয়াক গছ-গছনি নাকাটিবলৈ কেনেদৰে বুজাবা কোৱা।

১০) কেৱল বৃক্ষৰোপণ কৰিলেই নহয়,  তাক প্ৰতিপালন কৰাটোও আমাৰেই দায়িত্ব- কথাষাৰ দলীয়ভাৱে আলোচনা কৰা আৰু দলৰ এজনে বণনা কৰা

১১) গছ আমাৰ পৰম মিত্ৰ- এই বিষয়টো লৈ শ্ৰেণীত পতা তক প্ৰতিযোগীতাত অংশগ্ৰহণ কৰা।

১২) আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য পাঁচবিধ ফলৰ বিষয়ে লিখা ।

১৩) কিছুমান গছৰ ফল-ফুল, ডাল-পাত, গা-গছ আদি  আটাইবোৰ অংশই আমাৰ বাবে অতি উপকাৰী । কলগছ তেনে এবিধ উপকাৰী গছ। কলগছৰ উপকাৰিতাৰ বিষয়ে দলত আলোচনা কৰি তালিকাখন পূৰ কৰা ।

১৪) সাঁথৰ ভাঙা।

(ক) খাল-বিল শুকাই গল,       

গছৰ আগত পানী ৰল।

উত্তৰঃ নাৰিকল 

(খ) ৰজাৰ লাঠি     

ঘন ঘন গাঁঠি।

উত্তৰঃ  কুহিঁয়াৰ ।

জ্যোতিষ কাকতি Jyotish kakati