পৃথিৱীৰ অভ্যন্তৰীণ ভাগ । অধ্যায় ২ । Class 7 Social Science Geography Lesson 2 Question and Answer Assam | Assamese Medium Class 7 Social Science Chapter 2 Solution | SCERT Class 7 S.Science Geography Chapter 2 Answer | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ২ পৃথিৱীৰ অভ্যন্তৰীণ ভাগ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

পৃথিৱীৰ অভ্যন্তৰীণ ভাগ

১। শুদ্ধ উত্তৰটি বাছি উলিওৱা-

(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ৪/৩/৪ টা স্তৰেৰে গঠিত।

উত্তৰঃ ৩টা।

(খ) ভূত্বক গড়ে প্রায় ২০/৩০/২৫ কিল’মিটাৰ ডাঠ।

উত্তৰঃ ২০ কিল’মিটাৰ।

(গ) পৃথিৱীৰ গৰ্ভ মানে হ’ল— ভূত্বক/ গুৰুমণ্ডল/কেন্দ্ৰমণ্ডল।

উত্তৰঃ কেন্দ্ৰমণ্ডল।

(ঘ) জীৱাষ্ম সাধাৰণতে গেদীয় শিল/আগ্নেয়শিল/ৰূপান্তৰিত শিলত পোৱা যায়।

উত্তৰঃ গেদীয় শিল।

(ঙ) আটাইতকৈ টান মণিক বিধ হ’ল সোণ/হীৰা/দস্তা।

উত্তৰঃ হীৰা।

২। খালী ঠাই পূৰ কৰা—

(ক) ভূ-পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্রমান্বয়ে  উত্তাপ বাঢ়ি গৈ থাকে।

(খ) ভূত্বক স্তৰক ছিয়াল বুলিও জনা যায়।

(গ) মাটি জৈৱিক আৰু অজৈৱিক পদার্থৰে গঠিত।

(ঘ) মেগমাৰ পৰা উৎপত্তি হোৱা শিলক আগ্নেয় শিল বোলে।

(ঙ) মণিকবোৰ সাধাৰণতে কঠিন পদার্থ।

৩। চমু উত্তৰ লিখা। (৩০টা মান শব্দৰ ভিতৰত)

(ক) ভূত্বক মানে কি বুজা? 

উত্তৰঃ 

(খ) আগ্নেয় শিল কাক বোলে?

উত্তৰঃ 

(গ) মাটি বুলিলে কি বুজা?

উত্তৰঃ 

(ঘ) মণিক কি?

উত্তৰঃ 

(ঙ) “হিউমাছ’ কাক বোলে?

উত্তৰঃ

৪। উত্তৰ লিখা-(১০০ টা মান শব্দৰ ভিতৰত)

(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি ? চিত্ৰ আঁকি বুজাই লিখাǀ

উত্তৰঃ-

(খ) শিল কেইপ্ৰকাৰৰ আৰু কি কি বুজাই লিখা ǀ

উত্তৰঃ 

(গ) শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰা।

উত্তৰঃ

(ঘ) ‘‘মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে’’ –কথাষাৰ বুজাই লিখা।

উত্তৰঃ

(ঙ)‘‘মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য’’-কথাষাৰ বুজাই লিখা।

উত্তৰঃ 

(চ) ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পৰ্ক বিচাৰ কৰা।

উত্তৰঃ 

৫। তলৰ তালিকাত বিভিন্ন ধৰণৰ শিলৰ নাম দিয়া আছে। সেইবোৰ তলৰ তালিকাত দিয়া ধৰণে শ্রেণীভুক্ত কৰা—মাৰ্বল, শ্লেট, বালিশিল, গ্রেণাইট, কয়লা, চুণশিল, চকমাটি, নিছ, কংলোমাৰেট, বোকাশিল, চিষ্ট, কোৱাৰ্টাযাইট,বেছল্ট, গ্রেব্র’ ।উত্তৰ-   

আগ্নেয় শিলবেছল্ট, গ্ৰেব্ৰ’, গ্ৰেণাইট
গেদীয় শিলকংলোমাৰেট, চুণশিল, বোকাশিল, কয়লা, বালিখিল, চকমাটি
ৰূপান্তৰিত শিলচিষ্ট, কোৱাৰ্টাযাটছ, নিছ, মাৰ্বল, শ্লেট,

৬। দলত আলোচনা কৰি লিখা—

(ক) মাটিৰ লগত উদ্ভিদ আৰু প্রাণীজগতৰ সম্বন্ধ কি?

উত্তৰঃ 

(খ) যদিহে পৃথিৱীৰ উপৰিভাগৰ পৰা সাৰুৱা মাটি নোহোৱা হৈ যায়, তেতিয়া কি হ’ব?

উত্তৰঃ 

Jyotish Kakati (Morigaon Assam)