হাঁহত আছেমূৰ্গীত নাই,গাঁৱত আছে চহৰত নাই,ইনো কি বস্তু কোৱাচোন ভাই ?

উত্তৰঃ চন্দ্ৰবিন্দু