Class 12 Assamese Chapter 1 Question Paper (Part-3)

মূল্যবোধ শিক্ষা

H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ

(ক) অতি চমু প্রশ্নাৱলী :                                                                     মূল্যাংক : ১

১। ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে? [HS’13,15]

২। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে? [HS’13]

৩। লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ অৰ্থ কি? [HS 14,16]

৪। নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ কি? [HS’15]

৫। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কোন চনত ৮৪ বিধ  মূল্যবোধ চিনাক্ত কৰিছিল ? [HS ‘16]

৬। মোক্ষ বুলিলে কি বুজা ? [HS ‘17]

(খ) চমু প্রশ্নাৱলী :                                                                    মূল্যাংক : ২/৩

১। মূল্যবোধ বুলিলে কি বুজা। ভাৰতীয় দৰ্শনত মূল্যবোধক কি কি ভাগত ভগোৱা হৈছে? [HS ‘09,’11]

২। চমুটোকা লিখা :

নন্দনতাত্ত্বিক মূল্যবোধ । [HS ‘09]

৩। বর্তমান সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে এটি চমু আলোচনা আগবঢ়োৱা ।[HS’10]

৪। নন্দন তাত্ত্বিক মূল্যবোধ মানে কি বুজা ? [HS ‘12]

৫। মনোবিজ্ঞানীসকলে নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই কি বিশেষ চাৰিটা আচৰণ চিনাক্ত কৰিছে? [HS ‘12]

৬। ভাৰতীয় দৰ্শনত মূল্যবোধ কেইটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু ভাগকেইটা কি? [HS 12, 18]

৭। আধ্যাত্মিক মূল্যবোধ মানে কি? [HS ’12]

৮। মূল্যবোধ বুলিলে কি বুজা? [HS ’13]

৯। প্রকৃতিবাদী দার্শনিকৰ মতটি লিখা।[HS ‘14]

১০। কেনেধৰণৰ কাৰ্যৰ কোনো মূল্য আছে বুলি ক’ব নোৱাৰি ? [HS ‘14,15]

১১। মূল্যবোধ সমাজত প্রচলিত কোনবোৰ দিশক সামৰি লয় ? [HS’16]

১২। সত্যম্ শিৱম্ সুন্দম্’ কথাষাৰৰ অৰ্থ কি? [HS 18]

১৩। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা-ব্যৱস্থাৰ মূল আধাৰ কি আছিল ? [HS ’18]

১৪। সহজ অর্থত ‘মূল্যবোধ’ মানে কি? [HS’18]

(গ) ৰচনাধর্মী প্রশ্নাৱলী :                                  মূল্যাংক : ৪/৫

১। মূল্যবোধ বুলিলে কি বুজা? মূল্যবোধ চিৰন্তন নে পৰিবৰ্তনশীল, এই সম্পৰ্কে বিভিন্ন দার্শনিক দৃষ্টিভংগীসমূহ বিচাৰ কৰাঁ ৷ [HS 10]

২। আধ্যাত্মিক মূল্যবোধ বুলিলে কি বুজা? আদর্শবাদী দার্শনিকসকলে আধ্যাত্মিক মূল্যবোধৰ শিক্ষাৰ ওপৰত কিয় গুৰুত্ব দিয়ে ? [HS ‘11]

৩। চিৰন্তন মূল্যবোধ সম্পর্কে বুজাই লিখা। [HS ‘13; 18]

৪। ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে? প্ৰতিটো শ্ৰেণীৰ বিষয়ে চমুকৈ লিখা। [HS ‘14]

৫। ‘ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে’ উল্লেখ কৰা ১০ টা মূল্যবোধ কি কি? [HS ‘15]

৬। ‘ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে’ উল্লেখ কৰা ১০ প্ৰকাৰৰ মূল্যবোধ কি কি ? [HS ‘16]

৭। আধ্যাত্মিক মূল্যবোধ সম্পর্কে এটি আলোচনা আগবঢ়োৱা । [HS ‘17]

Type: Himashree Bora.