Class 12 Assamese Chapter 2 Question Paper (Part-3)

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

H.S. পৰীক্ষাত অহা প্রশ্নসমূহঃ                          

 (ক) অতি চমু প্রশ্নাৱলী:                                   মূল্যাংকঃ১

১। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছে? [HS ‘13, 15]

২। মানৱ জীৱনৰ কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায় ? [HS ‘14, ‘17]

৩ । ভাৰত চৰকাৰে কোন চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে ? [HS ‘14]

৪। “কৈশোৰ কাল’ক কি কাল বুলি অবিহিত কৰিব পাৰি? [HS ‘16]

৫। ভাৰত চৰকাৰে মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লৈ কোন চনত ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰিছিল ? [HS ‘17]

(খ) চমু প্রশ্নাৱলী :                                          মূল্যাংক : ২/৩

১। কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী? [HS ‘09,’11]

২। চমুটোকা লিখা :

(ক) দিবাস্বপ্ন [HS ‘09]       (খ) বীৰপূজা [HS ‘09, 18]

৩। কৈশোৰ কালক এক ‘ৰূপান্তৰৰ কাল’ বুলিব পাৰিনে ? এই সম্পর্কে শিক্ষাবিদসকলে কেনেকুৱা মতামত আগবঢ়াইছে? [HS ‘10]

৪। কিশোৰ সংস্কৃতি বুলিলে কি বুজা? ইয়াৰ ধনাত্মক আৰু ঋণাত্মক দিশৰ দুটিমান উদাহৰণ দিয়াঁ। [HS ‘10, ‘12]

৫। কৈশোৰ কালৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা ৷ [HS ‘11]

৬। মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব কি কি ? [HS’12]

৭। কৈশোৰ কালক কি কি দুখন জগতৰ সংযোগী কাল কব পাৰি? [HS’13,15]

৮। ‘বীৰ পূজাবুলিলে কি বুজা ? [HS ‘13]

৯। কৈশোৰ কালত কি কি ক্ষেত্ৰত জটিল পৰিৱৰ্তন দেখা যায়  [HS ‘14]

১০। কিশোৰ অৱস্থাপ্রাপ্তি কোন দুটি ক্ষেত্ৰত আগতীয়া হয় ? [HS ‘15]

১১। শিশু নৈকিত বিকাশ বুলিলে কি বুজা ? [HS ‘16]

১২। কৈশোৰ কালত মানসিক শক্তিৰ বিকাশ কি ভাৱে হয় ? বা ‘মানসিক শক্তিমানে প্রধানকৈ কেনেধৰণৰ শক্তিক বুজোৱা হৈছে? [HS’16]

১৩। কিশোৰ-কিশোৰীৰ মনত কিহৰ বাবে অপৰাধ-প্ৰৱণতাৰ সৃষ্টি হয় আলোচনা কৰা ৷ [HS ‘17]

১৪। দিবাস্বপ্নবুলিলে কি বুজা ? [HS ‘18]

(গ) ৰচনাধৰ্মী প্রশ্নাৱলী :                                                                   মূল্যাংক : ৪/৫

১। নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰৰ মনত কেনে ভাৱৰ উন্মেষ হোৱাত সহায় কৰে ? [HS ‘13]

২। কৈশোৰ কাল সম্পৰ্কে তোমাৰ পাঠ্যপুথিত উল্লেখ কৰা মতবাদ দুটি চমুকৈ লিখা । [HS’14]

৩। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্ৰাথমিক আৰু মৌলিক বিষয় কি কি ? [HS’15, ‘18]

৪ ‘বীৰ পূজাৰ প্ৰবৃত্তি কৈশোৰ কালৰ আন এক বৈশিষ্ট্য।‘ ___কথাষাৰি পাঠৰ আধাৰত চমুকৈ বুজাই লিখা। [HS ‘16]

৫। কৈশোৰকালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী? উদাহৰণসহ আলোচনা কৰা । [HS ‘17 ]

৬। জাতীয় পাঠ্যক্রম গাঁথনি ২০০৫ (National Curricular Frame work, 2005) ৰ পৰামৰ্শাৱলী সম্পর্কে চমুকৈ বুজাই লিখা ৷[HS ‘17 ]

Type: Himashree Bora.