Class 12 Assamese Chapter 3 Question Paper (Part -1)

আনন্দৰাম বৰুৱা

H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ

(ক) অতি চমু প্রশ্নাৱলী :                                                                      মূল্যাংক : ১

১। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল? [HS’12‘,18]

২। আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা কত উল্লেখকৰিছে ? [HS ‘13,16]

৩। মানুহৰ সাৰ বস্তু কি? [HS’14]

৪। আনন্দৰাম বৰুৱাই লৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখন কি আছিল ?

[HS ‘15]

৫। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনিৰ নাম কি ? [HS ‘17]

(খ) চমু প্রশ্নাৱলী :                                                                      মূল্যাংক : ২/৩

১। প্রকৃত মহৎ লোকসকলে দেশ – কালৰ সীমা কেনেদৰে অতিক্ৰম কৰে? [HS ‘12]

২। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া ? [HS ‘13]

৩।উপেন্দ্রচন্দ্র লেখাৰুৱে কি কি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল? [HS’ 13]

৪। কত কত শিক্ষালাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈছিল ? [HS 14]

৫। আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে? [HS’15]

৬। কিহৰ বাবে আনন্দৰামে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল ? [HS’16]

৭। কেনেধৰণে পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লভিছিল? [HS ‘17]

৮। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ ‘সম্পাদিত গ্ৰন্থদুখনৰ নাম লিখা [HS ‘18]

 (গ) ৰচনাধৰ্মী প্রশ্নাৱলী:                                 মূল্যাংক: ৪/৫

১। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল ? [HS ‘14]

২। একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল? [HS ‘15,18]

৩। আনন্দৰামৰ মূল মন্ত্ৰ আছিল কৰ্ম’— চমুকৈ আলোচনা কৰা । [HS ‘16]

৪। প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা। [HS ‘17]

Type: Himashree Bora.