Class 12 Assamese Chapter 3 Question Paper (Part-2)

মিলন

H.S. পৰীক্ষাত অহা প্রশ্নসমূহঃ

(ক) অতি চমু প্রশ্নাৱলী :                                              মূল্যাংক : ১

নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি ? [HS ‘17]

২। কিমান চনত নলিনীবালা দেৱীয়ে পদ্মশ্রীউপাধি লাভ কৰিছিল ? [HS’18]

(খ) চমু প্রশ্নাৱলী :                                 মূল্যাংক : ২/৩

১। ‘মিলনকবিতাটিত কোনে কাৰ লগত মিলন হোৱাৰ বাসনা প্ৰকাশ কৰিছে? [HS ‘17]

২। নলিনীবালা দেৱীৰ জীৱনীমূলক গ্ৰন্থ দুখনৰ নাম লিখা ৷[HS ‘18]

৩। নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাবধাৰা প্ৰকাশ পাইছে, ‘মিলনকবিতাটিৰ আধাৰত আলোচনা কৰা । [HS ‘18]

Type: Himashree Bora