Class 12 Assamese Chapter 4 Question Paper (Part-2)

জনতাৰ আহ্বান

H.S. পৰীক্ষাত অহা প্রশ্নসমূহঃ

(ক) অতি চমু প্রশ্নাৱলী :                           মূল্যাংক : ১

১। বোকাত জন্মা মানুহে কাৰ ফালে মুখ কৰি হাঁহে ? [HS 12]

২। ‘অভ্যুত্থান’ শব্দটোৰ অৰ্থ লিখা ৷ [HS ‘12]

৩। ‘প্রবুদ্ধ’ শব্দটোৰ অৰ্থ লিখা ৷ [HS ‘13,15]

৪। ‘সংহতি’ শব্দটোৰ অৰ্থ কি ? [HS ‘14]

৫। মৰণোত্তৰভাৱে প্ৰকাশিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? [HS ‘16,’18]

জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন নাটকৰ জৰিয়তে নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰে ? [HS ‘17]

(খ) চমু প্রশ্নাৱলী :                                          মূল্যাংক : ২/৩

১। ‘আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান’

‘জনতাৰ আহ্বান’ কবিতাটিত এই পংক্তি ফাঁকিৰে কি বুজাব

খুজিছে?

[HS ‘12]

২। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখা ।

[HS’13]

৩। সুন্দৰৰ পূজা থাপনাত কবিয়ে কিহেৰে উপচাৰ যচাৰ কথা

কৈছে ?

[HS ‘14]

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য তিনিটা লিখা ।

[HS ‘14]

৫। জ্যোতিপ্ৰসাদৰ গীতসমূহত কোন দুটা সুৰ ধ্বনিত হৈছে?

[HS 14]

৬। পৃথিৱীৰ আকাশে-বতাহে কবিয়ে কিহৰ আহবান শুনিবলৈ পাইছে?

[HS ‘16]

৭। জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত নাটক তিনিখনৰ নাম লিখা ।

[HS’17]

৮। সুন্দৰৰ পূজা থাপনাত কবিয়ে কিহৰ উপচাৰ যচাৰ কথা কৈছে?

[HS ‘17]

৯। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কিমান চনত আৰু ক’

হৈছিল ?

[HS’18]

১০।‘ষোড়শোপচাৰ’ বুলিলে কি কি উপচাৰৰ কথা বুজায় ?

[HS ‘18]

(গ) ৰচনাধৰ্মী প্রশ্নাৱলী :

মূল্যাংক : ৪/৫

১। অভিনৱ এক জীৱনৰ ৰূপ

[HS ‘13, 15]

পুষ্পিত কৰি তুলিবলৈ

আজি মানৱৰ জন জীৱনৰ

সংহত অভ্যুত্থান।

২। আজি জনতাৰ পংকজ ৰূপ

জাগে পদুমৰ দৰে

বোকাত জনমা মানুহে আজি

আলোকলৈ উঠি আহে

বেলিমুৱা হৈ হাঁহে।

[HS ‘17]

Type: Himashree Bora.