Class 12 Assamese Chapter 5 Question Paper (Part-2)

কাঠমিস্ত্ৰীৰ ঘৰ

H.S. পৰীক্ষাত অহা প্ৰশ্নসমূহ

(ক) অতি চমু প্রশ্নাবলী:                                                                                       মূল্যয়নঃ ১

১। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটোৰ কবিজনা কোন ? [H.S.’ 12]

২। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি কিমান চনত ৰচনা কৰিছিল ? [HS ‘14, ‘17]

৩। কাঠমিস্ত্রী কত থাকিবলগীয়া হয়? [HS ‘15]

 ৪। ‘কাঠমিস্ত্রী ঘৰ’ শীৰ্ষক কবিতাটি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কি কবিতাপুথিৰ পৰা লোৱা হৈছে ? [HS ‘16]

৫। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিত উল্লেখ তথা বিশ্ব শিল্পীগৰাকী কোন ? [HS’18]

(খ) চমু প্রশ্নাৱলী :                                                                                   মূল্যাংক : ২/৩

১। কাঠ মিস্ত্ৰীৰ হাতৰ পৰশত কি কি আচবাবে ৰূপ লৈ মনোহৰ হৈ উঠে বুলি উল্লেখ কৰিছে? [HS ‘12]

২। কাঠমিস্ত্রীয়ে কি কি কাঠক মনোহৰ ৰূপ দিয়ে? [HS’13]

৩। প্রতিদিন নাই কৰ্মৰ’ বুলি কিয় কোৱা হৈছে? [HS ‘13]

৪। আধুনিক অসমীয়া প্ৰগতিশীল কবিতাৰ প্ৰসংগত ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটি সম্পৰ্কে ড° হীৰেন গোহাঁইদেৱে কি মন্তব্য আগবঢ়াইছে? [HS’14]

৫। কাঠমিস্ত্রীয়ে কি কি কাঠক মনোহৰ ৰূপ দিয়ে? [HS’15]

৬।কাঠমিস্ত্ৰীৰ শ্ৰমৰ এটি চমু বর্ণনা দিয়া । [HS ‘15]

৭। কাঠমিস্ত্রীয়ে কি কি কাঠৰ সঁজুলি নিৰ্মাণ কৰে? [HS ‘16]

৮। কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা ? ‘কাঠমিস্ত্ৰীৰ ঘৰ’ শীৰ্ষক কবিতাটিৰ আলমত চমুকৈ বুজাই লিখা । [HS’17]

৯।কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা ৷ [HS’18]

১০। কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে। [HS ‘18]

(গ) ৰচনাধৰ্মী প্ৰশ্নাৱলী :                          মূল্যাংক : ৪/৫

১। প্রসংগ- সংগতি দৰ্শাই ব্যাখ্যা কৰা :

(ক) ‘বিশ্বৰ যত কৰ্মীৰ দল

তেজ ঢালি গঢ়ে প্রাসাদ উজ্জ্বল

মায়াপুৰী মানৱৰ

কাঠমিস্ত্ৰীৰ ঘৰ।’ [HS ‘16]

Type: Himashree Bora.