Class 9 History Chapter 3 Short Question Answer Solution For Assam | Chapter 3 | মোৱামৰীয়া গণ বিদ্ৰোহ | নৱম শ্ৰেণীৰ ইতিহাস কিতাপ খনৰ চমু প্ৰশ্ন উত্তৰ | Class 9 History | নৱম মান শ্ৰেণীৰ ইতিহাস |

অধ্য়ায় ৩ 

 মোৱামৰীয়া গণ বিদ্ৰোহ

১। মোৱামৰীয়া শব্দটো কি শব্দৰ পৰা উৎপত্তি হোৱা যেন লাগে?
উত্তৰঃ মাৱামৰা শব্দটোৰ পৰা উৎপত্তি হোৱা যেন লাগে।

 ২। মায়ামৰা শব্দৰ অৰ্থ কি?
উত্তৰঃ মায়ামৰা শব্দৰটো অৰ্থ হল – এখন ঠাইৰ পৰা।

৩। বৈষ্ণৱ সত্ৰ কি?
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।

৪। আহোম ৰজাসকলক ‘স্বৰ্গদেউ’ বুলি কোৱা প্ৰথাটো সম্ভৱত কাৰ দিনৰ  পৰা আৰম্ভ হয়?
উত্তৰঃ আহোম ৰজাসকলক ‘স্বৰ্গদেউ’ বুলি কোৱা প্ৰথাটো সম্ভৱত চুহুংমঙৰ দিনৰ পৰা আৰম্ভ হয়।

 ৫। কিমান চনত ওৱেলছে সৈন্য়সহ গোৱালপাৰাত উপস্থিত হৈছিল?
উত্তৰঃ ১৭৯৪ চনত ওৱেলছে সৈন্য়সহ গোৱালপাৰাত উপস্থিত হৈছিল।

৬। কিমান খ্ৰীষ্টাব্দত মোৱামৰিয়াসকলে গৌতিনাথ সিংহক আক্ৰমণ কৰিছিল?
উত্তৰঃ ১৭৮৬ খ্ৰীষ্টাব্দত মোৱামৰিয়াসকলে গৌতিনাথ সিংহক আক্ৰমণ কৰিছিল।

৭। অসমলৈ ইংৰাজৰ আগমন কিমান চনত হৈছিল?
উত্তৰঃ অসমলৈ ইংৰাজৰ আগমন ১৭৯২ চনত হৈছিল।

৮। কিমান চনৰ পৰা বুঢ়াগোহাঁঞি পূৰ্ণানন্দ ডাঙৰীয়াই মোৱামৰিয়াসকলৰ গতিৰোধ কৰি আছিল?
উত্তৰঃ ১৭৮৬ চনৰ পৰা বুঢ়াগোহাঁঞি পূৰ্ণানন্দ ডাঙৰীয়াই মোৱামৰিয়াসকলৰ গতিৰোধ কৰি আছিল।

৯। মোৱামৰিয়াসকল মূলতঃ কোন সপ্ৰদায়ৰ লোক?
উত্তৰঃ মৰাণ সম্প্ৰদায়ৰ লোক।

১০। কাৰ নিৰ্দেশত বৈকুণ্ঠদেৱ মহন্তৰ হত্য়া কৰিছিল?
উত্তৰঃ গদাধৰ সিংহৰ নিৰ্দেশত বৈকুণ্ঠদেৱ মহন্তৰ হত্য়া কৰিছিল।

১১) মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ কোন আছিল?উত্তৰঃ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ আছিল।

১২) নিত্যানন্দৰ পাছত কাক হত্যা কৰা হৈছিল?
উত্তৰঃ নিত্যানন্দৰ পাছত  বৈকুন্ঠদেৱ মহন্ত হত্যা কৰা হৈছিল।

১৩) আহোমসকলৰ প্ৰধান উপাস্য দেৱতা কোন?
উত্তৰঃ আহোমসকলৰ প্ৰধান উপাস্য দেৱতা ছোমদেউ।

১৪) আইনীআটি সত্ৰৰ সত্ৰাধিকাৰ কোন আছিল?
উত্তৰঃ আইনীআটি সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱ আছিল।

১৫) পাইকসকলৰ ভাগ কেইটা?
উত্তৰঃ পাইকসকলৰ ভাগ ২ টা।

১৬) তৃতীয় বিদ্ৰোহ কিমান চনত আৰম্ভ হৈছিল?
উত্তৰঃ তৃতীয় বিদ্ৰোহ ১৭৮৬ চনত আৰম্ভ হৈছিল।

১৭) গৌৰীনাথ সিংহ কিমান চনত গুৱাহাটীলৈ পলায় গৈছিল?
উত্তৰঃ গৌৰীনাথ সিংহ  ১৭৮৮ চনত গুৱাহাটীলৈ পলায় গৈছিল।

১৮) ঘনশ্যাম বুঢ়াগোঁহাঞিৰ পুত্ৰৰ নাম কি আছিল?
উত্তৰঃ ঘনশ্যাম বুঢ়াগোঁহাঞিৰ পুত্ৰৰ নাম পূৰ্ণানন্দ বৰগোহাঞি আছিল।

১৯) বংগদেশৰ পৰা বছৰি কিমান মোন সোণ আমদানি হৈছিল?
উত্তৰঃ ১২০,০০০ মোন সোণ।

২০) মায়ামৰা কি?
উত্তৰঃ এখন বৈষ্ণৱ সত্ৰ।

২১/ মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল?
উত্তৰঃ স্বৰ্গদেউ লক্ষীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল।

২২/ মৰাণ জনগোষ্ঠীৰ লোকসকল কোনখন সত্ৰৰ শিষ্য় আছিল?
উত্তৰঃ মায়ামৰা সত্ৰৰ।

২৩/ ইতিহাসৰ আটাইতকৈ দীঘলীয়া যুদ্ধখনৰ নাম কি?
উত্তৰঃ মোৱামৰীয়া গণ বিদ্ৰোহ।

২৪/ মোৱামৰীয়া বিদ্ৰোহৰ অন্ত কোমজন ৰজাৰ দিনত হৈছিল?
উত্তৰঃ কমলেশ্বৰ সিংহৰ দিনত হৈছিল।

২৫/ এই বিদ্ৰোহ কিমান বছৰ ধৰি চলিছিল?
উত্তৰঃ ৩৫ বছৰ ধৰি চলিছিল।

২৬/ আহোমসকলৰ উপাস্য় দেৱতা কোন?
উত্তৰঃ আহোমসকলৰ উপাস্য় দেৱতা হল – ছোমদেউ।

২৭/ কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰ পুৰুষসকলক কি নামেৰে মতা হৈছিল?
উত্তৰঃ সৰ্বতীয়া গোসাঁই নামেৰে মতা হৈছিল।

২৮/ কোনজন ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল?
উত্তৰঃ বৰৰজা ফুলেশ্বৰীৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল।

২৯/ মোৱামৰীয়া বিদ্ৰোহ কিহৰ বাবে সংঘটিত হৈছিল?উত্তৰঃ মোৱামৰীয়া সকলৰ ধৰ্মীয় আৱেগত আঘাত কৰাৰ বাবে।

৩০/ আহোম ৰাজ্য়ত ঘাইকসকল কোন?
উত্তৰঃ ৰাজ্য়ৰ সকলো পুৰুষ ঘাইক হৈছে।

৩১/ মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰজনৰ নাম কি?
উত্তৰঃ মোৱামৰীয়া মহন্ত অষ্টভুজন পুত্ৰজনৰ নাম হল – গাগিনি।

৩২/ লক্ষ্মীসিংহই বিদ্ৰোহ দমন কৰিবলৈ কাক নেতৃত্ব দিলে?
উত্তৰঃ হৰনাথ ভিতৰুৱাল ফুকনক নেতৃত্ব দিলে।

৩৩/ নাহৰখোৱাৰ পুত্ৰৰ নাম কি আছিল?
উত্তৰঃ ৰমাকান্ত বা ৰমানন্দ।

৩৪/ গোৰীনাথ সিংহ কিমান চনত গুৱাহাটীলৈ যাত্ৰা কৰে?
উত্তৰঃ ১৭৮৮ চনৰ ১৯ জানুৱাৰীত।

৩৫/ ঘনশ্য়াম বুঢ়াগোহাঁইৰ পুত্ৰৰ নাম কি?
উত্তৰঃ লাড়ি গোহাঁই।

৩৬/ কৃষ্ণনাৰায়ণ কৰ ৰজা আছিল?
উত্তৰঃ দৰঙৰ ৰজা আছিল।

৩৭/ বিদ্ৰোহীৰ কবলৰ পৰা কোনখন ঠাই উদ্ধাৰ হয়ে?
উত্তৰঃ ৰংপুৰ

৩৮/ ছাৰ জনছোৰে ব্য়ৱহাৰ কৰা নীতিটো কি আছিল?
উত্তৰঃ পৰৰাজ্য়ত হস্তক্ষেপ বিৰোধী নীতি।

৩৯/ কৃষ্ণচন্দ্ৰ কোন জনগোষ্ঠীৰ ৰজা আছিল?
উত্তৰঃ কছাৰী জনগোষ্ঠীৰ ৰজা আছিল।

৪০/ মটক ৰাজ্য় কত অৱস্থিত?
উত্তৰঃ ব্ৰক্ষ্মপুত্ৰ আৰু দিহিঙৰ মাজত ভূ-খণ্ড।

৪১/ মোৱামৰীয়া বিদ্ৰোহ কি কি তিনিটা দিশত চুই গৈছিল?উত্তৰঃ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক।

৪২/ অসমত উৎপাদিত হোৱা মূল্য়ৱান বস্তবিধৰ নাম কি?
উত্তৰঃ সোণ

৪৩/ ব্ৰিটিছৰ ভৰণ-পোষণৰ বাবে কোনে টকা খৰচ কৰিছিল?

উত্তৰঃ ৰজা গৌৰিনাথ সিংহই।