Class 12 Political Science MCQs Answer Chapter 5 | সমসাময়িক দক্ষিণ এছিয়া

১। ছাৰ্কৰ প্ৰথমখন সন্মিলন ক’ত অনুষ্ঠিত হৈছিল আৰু কিমান চনত? 

(ক) ঢাকাত, ১৯৮৭ চনত

(খ) ঢাকাত, ১৯৮৫ চনত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ঢাকাত, ১৯৮৫ চনত

২। নেপালত কেতিয়া যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰৰ প্ৰতিষ্ঠা হৈছিল?

(ক) ২০০৯ চনত

(খ) ২০১০ চনত

(গ) ২০০৮ চনত

উত্তৰঃ (গ) ২০০৮ চনত

৩। শ্ৰীলংকাত কেতিয়া গণতন্ত্ৰ প্ৰৱৰ্তিত হৈছিল?

(ক) ১৯৮৪ চনত

(খ) ১৯৪৮ চনত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ১৯৪৮ চনত

৪। মালদ্ধীপৰ কেতিয়া বহুদলীয় ব্যৱস্থাৰ প্ৰনৰ্তন বয়?

(ক) ২০০৫ চনত

(খ) ২০০৪ চনত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ২০০৫ চনত

৫। ভাৰতে শ্ৰীলংকালৈ কেতিয়া শান্তিৰক্ষা বাহিনী পঠিয়াইছিল?

(ক) ১৯৭৯ চনত

(খ) ১৯৮৭ চনত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ১৯৮৭ চনত

৬।  দক্ষিন এছিয়াত কেইখন ৰাষ্ট্ৰ আছে?

(ক) ৬ খন

(খ) ৮ খন

(গ) ৯ খন

উত্তৰঃ (খ) ৮ খন

৭। পূব-পাকিস্তানত কেতিয়া গৃহযুদ্ধৰ সূত্ৰপাত হৈছিল?

(ক) ১৯৭২ চনত

(খ) ১৯৭১ চনত

(গ) ১৯৮৩ চনত

উত্তৰঃ (খ) ১৯৭১ চনত

৮। কিমান চনত ভাৰত আৰু বাংলাদেশে গংগাৰ জলাশয়ৰ ভাগ-বতৰাৰ বাবে ফাৰাক্কা চুক্তি সম্পাদন কৰিছিল?

(ক) ১৯৯৮ চনত

(খ) ১৯৯৬ চনত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ১৯৯৬ চনত

৯। ভাৰত আৰু শ্ৰীলংকালৈ কেতিয়া FTAত স্বাক্ষৰ কৰিছিল?

(ক) ১৯৯৫ চনত

(খ) ১৯৯৮ চনত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ১৯৯৮ চনত

১০। কিমান চনত হোৱা চুক্তি অনুসাৰি ৰাজতন্ত্ৰ সম্পূৰ্ণভাৱে বিলোপ ঘটাই যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰত্ষ্ঠা কৰিবলৈ বিচৰা হৈছিল?

(ক) ২০০৭ চনত

(খ) ২০০৬ চনত

(গ) ২০০৮ চনত

উত্তৰঃ (ক) ২০০৭ চনত