Class 5 Mathematics Book Chapter 5 (B) Answer | Sankardev School Class 5 Mathematics Book Chapter 5 উৎপাদক আৰু গুণিতক (B) Question Answer |

অনুশীলনী-5(B)

1) মৌলিক নে যৌগিক চিনাক্ত কৰাঃ

17,21,162,103,142,459,57,471

উত্তৰঃ মৌলিক সংখ্যা = 17, 103।

           যৌগিক সংখ্যা = 21, 162, 142, 459, 57 অৰু 471।

2) 1 ৰ পৰা 100 লৈ মৌলিক সংখ্যাবোৰ লিখাঁ।

উত্তৰঃ 2, 3, 5, 7, 11, 13, 17, 19, 23, 29,  31, 37, 41, 43, 47, 53, 59, 61, 67, 71,73, 79, 83,89, 97 ।

3)খালী বাকচত দিয়া থকা সংখ্যাটোৰ ওচৰৰ মৌলিক সংখ্যাটো ভৰোৱাঃ

উত্তৰঃ 

4. বিচৰা মতে উত্তৰ দিয়া ঃ

a) আটািতকৈ সৰু মৌলিক সংখ্যাটো কি ? কিয় ?

উত্তৰঃ আটাইতকৌ সৰু মৌলিক সংখ্যাটো হৈছে – 2 । কাৰণ, 2 ৰ উৎপাদক হৈছে 1 আৰু

 সংখ্যাটো নিজে ।

b) এনে দুটা মৌলিক সংখ্যা লিখা যাতে সংখ্যা দুটাৰ পাথক্য 1 হয়?

উত্তৰ ঃ মৌলিক সংখ্যা 2 আৰু 3 ৰ পাথক্য হৈছে – 1 ( 3 – 2 = 1) ।

c) ‘1’ সংখ্যাটো মৌলিক নে যৌগিক ? যুক্তি দিয়া ।

উত্তৰঃ ‘1’ সংখ্যাটো মৌলিকো নহয়, যৌগিকো নহয় । কাৰণ, 1 ৰ উৎপাদক 1। কিন্ত আমি

 মৌলিক সংখ্যাৰ সংজ্ঞামতে জানো যে মৌলিক সংখ্যা হবলৈ সংখ্যাটোৰ দুটা উৎপাদক

 থাকিব লাগে, যিটো 1 ৰ নাই ।

d) প্ৰথম চাৰিতা যৌগিক সংখ্যাৰ যোগফল কিমান ? যোগফলটো যৌগিক নে মৌলিক লিখা ?

উত্তৰ ঃ প্ৰথম চাৰিতা যৌগিক সংখ্যা হৈছে – 4, 6, 8 আৰু 9 ।

    4 + 6 + 8 + 9  =  27 ।

  27 টো যৌগিক সংখ্যা ।

e) সকলোবোৰ অযুগ্ম সংখ্যাই মৌলিক হয় নে ? পাচটা উদাহৰণ দিয়া ।

উত্তৰ ঃ 

উদাহৰণস্বৰুপেঃ মৌলিক সংখ্যাবোৰ হৈছে – 2, 3, 5, 7, 11, 13, 17, 19, 23, 31, 37, ……….।

সকলোবোৰ অযুগ্ম সংখ্যাই মৌলিক নহয় । কাৰণ , 2 এটা মৌলিক সংখ্যা কিন্তু যুগ্ম সংখ্যা ।

f)  দুটা মৌলিক সংখ্যাৰ যোগফলটো কি সংখ্যা হয় ? পাঁচটা উদাহৰণ লৈ কৰি চোৱা ।

উত্তৰ ঃ উদাহৰণ ঃ

       2 + 3 = 5

       5 + 7 = 12

      11 + 13 = 24

      17 + 19 = 36 

     23 + 31 = 54 

ஃ দুটা মৌলিক সংখ্যাৰ যোগফল যুগ্ম নাইবা অযুগ্ম সংখ্যা হব পাৰে ।

g) 2 ৰ পৰা 100 ৰ ভিতৰত থকা যমজ মৌলিক সংখ্যাবোৰ লিখা ।

উত্তৰ ঃ 

Post ID : DABP004872