Class 8 Social Science Chapter 19 MCQs । আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা।

আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা

Chapter 19

(১) ভাৰতবৰ্ষত কিমান চনত প্ৰথম বেংক স্থাপন কৰা হৈছিল ?

(ক) ১৭৭০ চনত

(খ) ১৭৬০ চনত

(গ) ১৭৫০ চনত

উত্তৰঃ (ক) ১৭৭০ চনত

(২) ভাৰতবৰ্ষত স্থাপন কৰা প্ৰথম বেংকটোৰ নাম কি ?

(ক) বেংক অব বৰোদা

(খ) বেংক অব হিন্দুস্থান

(গ) বেংক অব ইণ্ডিয়া

উত্তৰঃ (খ) বেংক অব হিন্দুস্থান

(৩) অসমত ১৯২৬ চনত থলুৱা প্ৰচেষ্টাত গড় লৈ উঠা অসমৰ বেংকটোৰ নাম কি ?

(ক) মৰিগাওঁ বেংক

(খ) ডিব্ৰুগড় বেংক

(গ) গুৱাহাটী বেংক

উত্তৰঃ (গ) গুৱাহাটী বেংক

(৪) আমাৰ দেশৰ কেন্দ্ৰীয় বেংক কোনটো ?

(ক) ষ্টেট বেংক অব ইণ্ডিয়া

(খ) ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া

(গ) বৰোদা বেংক অব ইণ্ডিয়া

উত্তৰঃ (খ) ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া

(৫) শিক্ষা শেষ কৰাৰ পাছতো কিমান মাহ পৰ্যন্ত ঋণ পৰিশোধৰ ম্যাদ বঢ়াই দিয়া হয় ?

(ক) ১৫ মাহ পৰ্যন্ত

(খ) ১০ মাহ পৰ্যন্ত

(গ) ১৮ মাহ পৰ্যন্ত

উত্তৰঃ (গ) ১৮ মাহ পৰ্যন্ত

(৬) অসমত বৰ্তমান কিমান লাখ আত্মসহায়ক গোট গঠন কৰা হৈছে ?

(ক) ২.৪৪ লাখ

(খ) ২.৫৫ লাখ

(গ) ২.৬৬ লাখ

উত্তৰঃ (গ) ২.৬৬ লাখ

(৭) ইয়াৰে কিমান লাখ মহিলা আত্মসহায়ক গোট ?

(ক) ১.৬২ লাখ

(খ) ১.৭২ লাখ

(গ) ১.৮২ লাখ

উত্তৰঃ (খ) ১.৭২ লাখ

(৮) কিমান চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক স্থাপন কৰা হয় ?

(ক) ১৯৮২ চনত

(খ) ১৯৮০ চনত

(গ) ১৯৭০ চনত

উত্তৰঃ (ক) ১৯৮২ চনত

(৯) কিমান চনত উত্তৰ-পূব উন্নয়নত বিত্তীয় নিগম বা নেডফি প্ৰতিষ্ঠা কৰা হয় ?

(ক) ১৯৯০ চনত

(খ) ১৯৯৩ চনত

(গ) ১৯৯৫ চনত

উত্তৰঃ (গ) ১৯৯৫ চনত

(১০) কিমান চনত ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হয় ?

(ক) ১৯৩০ চনত

(খ) ১৯৩৫ চনত

(গ) ১৯৪০ চনত

উত্তৰঃ (খ) ১৯৩৫ চনত

(১১) আমাৰ দেশৰ শতকৰা প্ৰায় কিমান জন মানুহ কৃষক ?

(ক) ৫০ জন

(খ) ৬০ জন

(গ) ৭০ জন

উত্তৰঃ (গ) ৭০ জন

(১২) আমাৰ দেশৰ সমগ্ৰ বেংক ব্যৱস্থাটোৰ মুৰব্বী বা শীৰ্ষস্থানীয় বেংকটো কি বেংক ?

(ক) কেন্দ্ৰীয় বেংক

(খ) জাতীয় বেংক

(গ) ৰাষ্ট্ৰীয় বেংক

উত্তৰঃ (ক) কেন্দ্ৰীয় বেংক

(১৩) ষ্টেট বেংক অব ইণ্ডিয়াক  চমুতে কি বুলি কয় ?

(ক) SBI

(খ) BOB

(গ) PNB

উত্তৰঃ (ক) SBI

(১৪) বেংক অব বৰোদাক চমুতে কি বুলি কয় ?

(ক) PNB

(খ) BOB

(গ) BOI

উত্তৰঃ (খ) BOB

(১৫) ধাৰ লোৱা টকাক কি বুলি কোৱা হয় ?

(ক) ঋণ

(খ) সূত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ঋণ

(১৬) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংকৰ ঋণ সমূহ হ্ৰস্বকালীন কিমান মাহৰ বাবে আগবঢ়োৱা হয় ?

(ক) ২১ মাহৰ বাবে

(খ) ১৮ মাহৰ বাবে

(গ) ২৫ মাহৰ বাবে

উত্তৰঃ (খ) ১৮ মাহৰ বাবে

(১৭) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংকৰ ঋণ সমূহ দীৰ্ঘকালীন কিমান মাহৰ বাবে আগবঢ়োৱা হয় ?

(ক) ২০ মাহৰ বাবে

(খ) ১৮ মাহৰ বাবে

(গ) ২৫ মাহৰ বাবে

উত্তৰঃ (গ) ২৫ মাহৰ বাবে

(১৮) আত্মসহায়ক গোটত সাধাৰণতে কিমান জনৰ পৰা কিমান জন সদস্যই এই গোট গঠন কৰিব পাৰে ?

(ক) ১০ জনৰ পৰা ২০ জনলৈ

(খ) ১৫ জনৰ পৰা ২০ জনলৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ১০ জনৰ পৰা ২০ জনলৈ

(১৯) কিমান চনত উত্তৰ-পূব পৰিষদ নামৰ অনুষ্ঠানটো গঠন কৰে ?

(ক) ১৯৭০ চনত

(খ) ১৯৭১ চনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ১৯৭১ চনত

(২০) কোনে উত্তৰ-পূব ভাৰতৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ মাজৰ পৰা এজনক পৰিষদৰ অধ্যক্ষ হিচাপে মনোনিত কৰে ?

(ক) ৰাষ্ট্ৰপতিয়ে

(খ) প্ৰধানমন্ত্ৰীয়ে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৰাষ্ট্ৰপতিয়ে