Class 8 Social Science Chapter 9 MCQs । নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান।

নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান

Chapter 9

১. ঈশ্বৰৰ ওপৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব ?

(ক) পাৰে

(খ) নোৱাৰে

(গ) এটাও নহয়

উত্তৰঃ (ক) পাৰে

২. হিন্দু-মুছলমানৰ মাজত ঐক্য-সংহতি বৃদ্ধি কৰাত ভক্তি আন্দোলনে এক গুৰুত্বপূৰ্ণ ভূমিকা ?  

(ক) ভূমিকা লোৱা নাই

(খ) ভূমিকা লৈছিল

(গ) এটাও নহয়

উত্তৰঃ (খ) ভূমিকা লৈছিল

৩. সংস্কাৰকসকলে তেওঁলোকৰ মতবাদসমূহ সকলোৱে বুজিব পৰাকৈ আঞ্চলিক ভাষাৰ যোগেদি প্ৰচাৰ কৰিছিল ?

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) শুদ্ধ

৪. এক পটভূমিত কিমান খ্ৰীষ্টাব্দত অসমীয়া ক’লা-সংস্কৃতিৰ প্ৰাণাস্বৰূপ শংকৰদেৱৰ জন্ম হয় ?

(ক) ১৪৪৫

(খ) ১৪৬৯

(গ) ১৪৪৯

উত্তৰঃ (গ) ১৪৪৯

৫. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান হ’ল ?

(ক) বৰপেটা

(খ) বৰদোৱাৰ ওচৰৰ আলিপুখুৰী অঞ্চল

(গ) মৰিগাওঁ

উত্তৰঃ (খ) বৰদোৱাৰ ওচৰৰ আলিপুখুৰী অঞ্চল

৬. খ্ৰীষ্টীয় কিমান শতিকাত ভক্তি আন্দোলনৰ এক ধাৰা গঢ় লৈ উঠিছিল ?

(ক) ১৩ শতিকাত

(খ) ১৪ শতিকাত

(গ) ১৭ শতিকাত

উত্তৰঃ (ক) ১৩ শতিকাত

৭. ফলশ্ৰুতিত খ্ৰীষ্টীয় কিমান শতিকাৰ পৰা কিমান শতিকাৰ ভিতৰত বহুকেইজন দাৰ্শনিক, পণ্ডিত সমাজ সংস্কাৰকৰ নেতৃত্বত ভাৰতৰ বিভিন্ন প্ৰান্তত ভক্তিবাদ বিষয়ক এক আন্দোলন গঢ়ি উঠে ?

(ক) ১৩ শতিকাৰ পৰা ১৭ শতিকাৰ

(খ) ১৪ শতিকাৰ পৰা ১৬ শতিকাৰ

(গ) ১৩ শতিকাৰ পৰা ১৬ শতিকাৰ

উত্তৰঃ (গ) ১৩ শতিকাৰ পৰা ১৬ শতিকাৰ

৮. ইছলাম ধৰ্মত আড়ম্বৰপূৰ্ণ যাগ-যাজ্ঞ আৰু মূৰ্তি পূজা ?

(ক) আছে

(খ) নাই

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (খ) নাই

৯. দাক্ষিণাত্যত এই ভক্তি আন্দোলন ধাৰা খ্ৰীষ্টীয় কিমান শতিকাত পৰ্যন্ত বৰ্তি আছিল ?

(ক) ১৩ শতিকাত

(খ) ১১ শতিকাত

(গ) ১৬ শতিকাত

উত্তৰঃ (খ) ১১ শতিকাত

১০. অহং ভাববোৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে উৎসৰ্গা কৰিব পাৰিলে মোক্ষ লাভ ?

(ক) হয়

(খ) নহয়

(গ) এটাও নহয়

উত্তৰঃ (ক) হয়

১১. আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য ?

(ক) নাই

(খ) আছে

(গ) এটাও নহয়

উত্তৰঃ (ক) নাই

১২. শংকৰদেৱে সংস্কৃতৰ সলনি ব্ৰজাৱলী আৰু অসমীয়া ভাষাত ধৰ্ম শাস্ত্ৰবোৰ ৰচনা ?

(ক) কৰিছিল

(খ) নকৰিছিল

(গ) এটাও নহয়

উত্তৰঃ (ক) কৰিছিল

১৩. নানকে হিন্দু ধৰ্মৰ মূৰ্তি পূজা কৰা পদ্ধতি আৰু জাতিভেদ প্ৰথাবিশ্বাস ?

(ক) কৰিছিল

(খ) নকৰিছিল

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (খ) নকৰিছিল

১৪. ভক্তি হ’ল এক মানসিক অৱস্থা ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

১৫. গুৰুনানকৰ শিষ্যসকলক পৰৱৰ্তী কালত শিখ বুলি অভিহিত কৰা ?

(ক) নহয়

(খ) হয়

(গ) এটাও নহয়

উত্তৰঃ (খ) হয়

১৬. শিখ ধৰ্মৰ উত্থান ভক্তিবাদ আন্দোলনৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ ?  

(ক) আছিল

(খ) নাছিল

(গ) এটাও নহয়

উত্তৰঃ (ক) আছিল

১৭. বংগদেশত বৈষ্ণৱ ভক্তি ধৰ্ম প্ৰচাৰ ?

(ক) নকৰে

(খ) কৰে

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (খ) কৰে

১৮. খ্ৰীষ্টীয় পঞ্চদশ শতিকাত অসমত শ্ৰীমন্ত শংকৰদেৱৰ  নেতৃত্বত ভক্তি আন্দোলনে গঢ় লৈ উঠে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ

১৯. শংকৰদেৱৰ ভক্তিবাদে অসমৰ সকলো শ্ৰেণীৰ লোকৰ মাজত প্ৰসাৰ লাভ ?

(ক) কৰে

(খ) নকৰে

(গ) এটাও নহয়

উত্তৰঃ (ক) কৰে

২০. তুলসীদাসক বাল্মিকী অৱতাৰ বুলি গণ্য ?

(ক) নকৰিছিল

(খ) কৰিছিল

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (খ) কৰিছিল