উইলিয়াম শ্য়েইক্ছপীয়েৰ | AJB Class 7 Assamese Chapter 6 Shot Question and Answer Assamese medium |

১। শ্য়েইক্ছপীয়েৰ সৰ্বকালৰ এজন প্ৰতিভাশালী শ্ৰেষ্ঠ নাট্য়কাৰ হিচাপে কি হ’ল?

(ক) পৰিগণিত হ’ল

(খ) প্ৰশ্ন হ’ল

(গ) প্ৰচলন হ’ল

উত্তৰ- (ক) পৰিগণিত হ’ল ।

২। নাট্য়জীৱন আৰম্ভ কৰা শ্য়েইকছপীয়েৰৰ শেহৰখন নাটক কি আছিল?

(ক) অথেল’ আছিল

(খ) দ্য় টেম্পপেষ্ট আছিল

(গ) মেকবেথ আছিল

উত্তৰ- (খ) দ্য় টেম্পপেষ্ট আছিল ।

৩। জুলিয়াছ চীজাৰ নামৰ নাটকখন কিমান চনত প্ৰথমবাৰৰ বাবে মঞ্চস্থ হৈছিল?

(ক) ১৫৯৮ চনত

(খ) ১৫৯৯ চনত

(গ) ১৬০০ চনত

উত্তৰ- (খ) ১৫৯৯ চনত ।

৪। শ্য়েইকছপীয়েৰৰ এই যাত্ৰা আৰম্ভণিতে বৰ কিহৰ নাছিল?

(ক) সুখৰ নাছিল

(খ) দুখৰ নাছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সুখৰ নাছিল ।

৫। সাগৰ দৰে সুবিশাল আৰু কিহৰ দৰে সু-উচ্চ প্ৰতিভাৰ ওচৰত নশিৰ হৈছে?

(ক) হিমালয়ৰ দৰে

(খ) নদীৰ দৰে

(গ) পৰ্বতৰ দৰে

উত্তৰ- (ক) হিমালয়ৰ দৰে ।

৬। শ্য়েইকছপীয়েৰৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৫৬৩ চনত

(খ) ১৫৬৪ চনত

(গ) ১৫৬৫ চনত

উত্তৰ- (খ) ১৫৬৪ চনত ।

৭। পুৰোধা অৰ্থ কি?

(ক) জনশ্ৰুতি

(খ) ঘাই হোতা

(গ) মিলনান্তক নাটক

উত্তৰ- (খ) ঘাই হোতা ।

৮। লণ্ডনৰ বিখ্য়াত কোনখন থিয়েটাৰ শ্য়েইকছপীয়েৰৰ অৱদান?

(ক) গ্লব থিয়েটাৰ

(খ) গীতাশ্ৰী থিয়েটাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) গ্লব থিয়েটাৰ ।

 ৯। হাতৰ সোণৰ কাঠীৰ পৰশত সেই সৃষ্টি সম্ভৱ হৈছিল সেই বিশ্ববাসীৰ বাবে উত্তৰবিহীন কি হৈ ৰ’ল?

(ক) প্ৰশ্ন হৈ ৰ’ল

(খ) চেষ্টা হৈ ৰ’ল

(গ) প্ৰতিষ্ঠা হৈ ৰ’ল

উত্তৰ- (ক) প্ৰশ্ন হৈ ৰ’ল ।

১০। স্কুলত তেওঁ কি ভাষা অধ্য়য়ন কৰে?

(ক) লেটিন ভাষা

(খ) ইংৰাজী ভাষা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) লেটিন ভাষা ।

১১। অপ্ৰতিৰোধ্য়ৰ অৰ্থ কি?

(ক) যাক ৰোধ কৰিব নোৱাৰি

(খ) ঘাই হোতা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) যাক ৰোধ কৰিব নোৱাৰি ।

১২। গুণ, দোষ, অৱস্থা আদি বুজোৱা পদক কি বোলে?

(ক) বিশেষণ পদ

(খ) বিশেষ্য় পদ

(গ) ক্ৰিয়া পদ

উত্তৰ- (ক) বিশেষণ পদ ।

১৩। ট্ৰেজেডীৰ অৰ্থ কি?

(ক) মিলনাত্মক নাটক

(খ) বিয়োগাত্মক নাটক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বিয়োগাত্মক নাটক

১৪। শ্য়েইকছপীয়েৰ এজন কি আছিল?

(ক) চহকী ব্য়ৱসায়ী

(খ) গল্পকাৰ

(গ) নাট্য়কাৰ

উত্তৰ- (ক) চহকী ব্য়ৱসায়ী ।

১৫। মাক মেৰী কোন আছিল?

(ক) নাট্য়কাৰ

(খ) ধনী কৃষকৰ জীয়াৰী

(গ) চহকী ব্য়ৱসায়ী

উত্তৰ- (খ) ধনী কৃষকৰ জীয়াৰী ।

১৬। উইলিয়াম ষ্ট্ৰেটফ’ৰ্ডে স্কুলত কি ভাষা অধ্য়ন কৰিছিল?

(ক) অসমীয়া ভাষা

(খ) লেটিন ভাষা আৰু সাহিত্য়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) লেটিন ভাষা আৰু সাহিত্য় ।

১৭। ছাত্ৰ হিচাপে উইলিয়াম কি আছিল?

(ক) ভাল ছাত্ৰ

(খ) অধ্য়য়নপিপাসু মনৰ

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (গ) ওপৰৰ দুয়োটাই শুদ্ধ ল।

১৮। খেতি কৰি জীৱিকা নিৰ্বাহ কৰা লোকক কি  বোলে?

(ক) কৃষক

(খ) খেতিয়ক

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (গ) ওপৰৰ দুয়োটাই শুদ্ধ ।

১৯। অভিনয় কৰা লোকক কি বোলে?

(ক) নায়ক

(খ) অভিনেতা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অভিনেতা ।

২০। কবিতা ৰচনা কৰা লোকক কি বোলে?

(ক) কবি

(খ) সাহিত্য়িক

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (গ) ওপৰৰ দুয়োটাই শুদ্ধ ।