ভদৰী | AJB Class 7 Assamese Chapter 7 Shot Question and Answer Assamese medium |

১। শিশুৰামৰ কি মূৰৰ চুলিৰ আগ পালেগৈ?

(ক) খং

(খ) ওকণি

(গ) জুই

উত্তৰ- (ক) খং ।

২। শিশুক লঘোনে থৈ আৰু তাৰ কি খতি কৰি নিষ্ঠুৰ কৃষ্ণা একাদশী গুচি গ’ল?

(ক) কাম খতি কৰি

(খ) হাল খতি কৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) হাল খতি কৰি ।

৩। দুপৰীয়া হাল মেলি আহি ভাত নোপোৱা কথাটোৱে সেই জ্বলা জুইকুৰাত কি ঢালি দিলে?

(ক) ঘিঁউ ঢালি দিলে

(খ) মিঠা তেল ঢালি দিলে

(গ) কেৰাচিন তেল ঢালি দিলে

উত্তৰ- (খ) মিঠা তেল ঢালি দিলে ।

৪। বেচেৰীৰ ক’ত ঔ পৰা কথাও জানে?

(ক) মূৰত

(খ) পিঠিত

(গ) ভৰিত

উত্তৰ- (খ) পিঠিত ।

৫। কিহেৰে ভদৰীৰ পিঠিত ওপৰা ওপৰিকৈ দোকাব মাৰিলে?

(ক) মৈদাৰে

(খ) কোঠাৰে

(গ) দাৰে

উত্তৰ- (ক) মৈদাৰে ।

৬। হস্পিতালৰ কাৰ কথা শুনিয়েই ভদৰী আকৌ অজ্ঞান হৈ পৰিল?

(ক) ডেৰেচী কথা শুনি

(খ) ডাক্তৰ কথা শুনি

(গ) ওপৰৰ এটাও নহয়

(খ) অচেতন হৈ পৰি যোৱা

৭। ভদৰী গল্পটো ৰচক কোন?

(ক) জ্য়োতীপ্ৰসাদ আগৰৱালা

(খ) লক্ষ্মীনাথ বেজবৰুৱা

(গ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ- (খ) লক্ষ্মীনাথ বেজবৰুৱা ।

৮। দুটা ৰঙা পাগুৰীয়া কনিষ্টবলৰ মাজত কোন থিয় হৈ আছে?

(ক) শিশুৰাম

(খ) ভদৰী

(গ) ডাক্তৰ

উত্তৰ- (ক) শিশুৰাম ।

৯। ভদৰী কথা শুনি শিশুৰাম আৰু থাকিব নোৱাৰি হৌ হৌ কৰে কি কৰিবলৈ ধৰিলে?

(ক) কান্দিবলৈ ধৰিলে

(খ) হাঁহিবলৈ ধৰিলে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কান্দিবলৈ ধৰিলে ।

১০। গোজাতিৰ বিপক্ষে অতি অহিন্দু বাইক প্ৰয়োগ কৰা আদি ডাঙৰ কি আহি পৰে?

(ক) জগৰ আহি পৰে

(খ) চিন্তা আহি পৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) জগৰ আহি পৰে ।

১১। জ্ঞানীৰ বিপৰীত অৰ্থ কি? 

(ক) অসীম

(খ) সপোন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।

১২। দশ+আনন=?

(ক) দশআনন

(খ) দআনন

(গ) দশানন

উত্তৰ- (গ) দশানন ।

১৩। বীণা আছে পাণিত যাৰ=?

(ক) বীনাপণি

(খ) বীনাপণি

(গ) বীনাপণি

উত্তৰ- (গ) বীনাপণি ।

১৪। কেই দিনৰ ভিতৰত ভদৰী সম্পূৰ্ণৰূপে আৰোগ্য় হৈছিল?

(ক) দুদিনৰ ভিতৰত

(খ) অলপ দিনৰ ভিতৰত

(গ) তিনিদিনৰ ভিতৰত

উত্তৰ- (খ) অলপ দিনৰ ভিতৰত ।

১৫। খকা-খুন্দাৰ অৰ্থ কি? 

(ক) লগনীয়া

(খ) উত্তৰা-উত্তৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) উত্তৰা-উত্তৰি ।

১৬। তোমাৰ গা কেনে আছে বুলি কোনে কৈছিল?

(ক) শিশুৰামে

(খ) ভদৰীয়ে

(গ) ডাক্তৰে

উত্তৰ- (খ) ভদৰীয়ে ।

১৭। আস্পতালত থাকি কেইদিনৰ মূৰত ভদৰীয়ে জ্ঞান পালে? 

(ক) তিনিদিনৰ মূৰত

(খ) দুদিনৰ মূৰত

(গ) অলপ দিনৰ মূৰত

উত্তৰ- (ক) তিনিদিনৰ মূৰত ।

১৮। শিশুৰাম কেইদিন ফাটেকত খাটিছিল?

(ক) তিনিমাহ

(খ) দুমাহ

(গ) চাৰিমাহ

উত্তৰ- (ক) তিনিমাহ ।

১৯। শিশুৰামে ভদৰীক কিহেৰে কুবিয়ালে?

(ক) হাতেৰে

(খ) মৈদাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মৈদাৰে ।

২০। মুচ্কচ্ ৰ অৰ্থ কি?

(ক) এজনে আনজনক খঙেৰে কোৱা কথা

(খ) অচেতন হৈ পৰি যোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অচেতন হৈ পৰি যোৱা ।