ভীমৰ কাণ্ড | AJB Class 6 Assamese Chapter 16 Short Question and Answer Assamese Medium |

১। পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ কাৰ নাতি আছিল?

ক) দ্ৰৌপদীৰ

খ) শান্তনু ৰজাৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) শান্তনু ৰজাৰ।

২। পাণ্ডুৰ কেইজন পুত্ৰ আছিল?

ক) পাঁচজন

খ) এশজন

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) পাঁচজন।

৩। পাণ্ডুৰ পুত্ৰ সকলক কি বোলা হৈছিল?

ক) পঞ্চপাণ্ডৱ

খ) কৌৰৱ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) পঞ্চপাণ্ডৱ।

৪। ধৃতৰাষ্ট্ৰৰ কেইজন পুত্ৰ আছিল?

ক) পাঁচজন

খ) এশজন

গ) এশ পাঁচজন

উত্তৰঃ খ) এশজন।

৫। ধৃতৰাষ্টৰ পুত্ৰসকলক কি বোলা হৈছিল?

ক) কৌৰৱ

খ) পঞ্চপাণ্ডৱ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কৌৰৱ।

৬। পাণ্ডৱসকলে কি মেলা চাবলৈ গৈছিল?

ক) জোনবিল মেলা

খ) আনন্দ মেলা

গ) শিৱৰ মেলা

উত্তৰঃ গ) শিৱৰ মেলা।

৭। শিৱৰ মেলা হোৱা ঠাইখনৰ নাম কি আছিল?

ক) বাৰণাৱত

খ) কাশীত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বাৰণাৱত।

৮। বকাসুৰক কোনে মাৰিছিল?

ক) ৰামে

খ) ভীমে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ভীমে।

৯। কৰ্তব্য শব্দৰ অৰ্থ কি?

ক) ভোজন

খ) বিশাল

গ) কৰিবলগীয়া

উত্তৰঃ গ) কৰিবলগীয়া।

১০। ভক্ষণ শব্দৰ অৰ্থ কি?

ক) চেকনি

খ) ভোজন

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ভোজন।

১১। পাণ্ডৱ আৰু কৌৰৱ সমন্ধত কি আছিল ? 

ক) বাপেক-পুতেক

খ) ককাই-ভাই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ককাই-ভাই।

১২। কৌৰৱসকলে পাণ্ডৱসকলক জতুগৃহত কি কৰিবলৈ বিচাৰিছিল ?

ক) মাৰিব বিচাৰিছিল

খ) পুৰি মাৰিবলৈ বিচাৰিছিল

গ) একো কৰিব বিচৰা নাছিল

উত্তৰঃ খ) পুৰি মাৰিবলৈ বিচাৰিছিল।

১৩। পাণ্ডৱসকল জতুগৃহৰ পৰা পলাই কোন নগৰলৈ গৈছিল ?

ক) বাৰাণৱাত

খ) একচক্ৰা

গ) গুৱাহাটী

উত্তৰঃ খ) একচক্ৰা।

১৪। ভীমৰ মাকৰ নাম কি ?

ক) পুন্য়াদা

খ) সত্য়সন্ধা

গ) কুন্তীদেৱী

উতত্ৰঃ গ) কুন্তীদেৱী।

১৫। উদ্ধাৰ শব্দৰ অৰ্থ কি ?

ক) ৰক্ষা

খ) আপদৰ পৰা ৰক্ষা কৰা

গ) ওপৰৰ দুয়োটা

উত্তৰঃ গ) ওপৰৰ দুয়োটা।

১৬। বধ শব্দৰ অৰ্থ কি ?

ক) বিশাল

খ) হত্য়া

গ) বল

উত্তৰঃ খ) হত্য়া।

১৭। প্ৰকাণ্ড শব্দৰ অৰ্থ কি ?

ক) বিপদ

খ) পৃথিৱী

গ) বিশাল

উত্তৰঃগ) বিশাল।

১৮। অসুৰটোৰ নাম কি ?

ক) ভীম

খ) বক

গ) পাণ্ডৱ

উত্তৰঃ খ) বক।

১৯। কুন্তীৰ দ্বিতীয় সন্তান কি ?

ক) ভয়াটোৰ

খ) সাহসী

গ) মহাবলী

উত্তৰঃ গ) মহাবলী।

২০। আচল মানে কি ?

ক) চাদৰ আচল

খ) প্ৰকৃত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) প্ৰকৃত।