জোখ-মাখ-২ | AJB Class 5 Science | ষষ্ঠ অধ্যায়- দ্বীতীয় পাঠ MCQ’s Assamese Medium | পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ ষষ্ঠ অধ্যায়- দ্বীতীয় পাঠ MCQ’s Type Question Answer |

Chapter- 2

জোখ-মাখ-২

১। কালিৰ একক কি?

(ক) মিটাৰ

(খ) বৰ্গ মিটাৰ

(গ) ছেমি

উত্তৰ- (খ) বৰ্গ মিটাৰ ।

২। ১ মিটাৰত কিমান ছেমি. থাকে?

(ক) ১০০০ ছেমি.

(খ) ১০০ ছেমি.

(গ) ১০ ছেমি.

উত্তৰ- (খ) ১০০ ছেমি. ।

৩। আয়তক্ষেত্ৰৰ কালি=?

(ক) দীঘ+প্ৰস্থ

(খ) দীঘxপ্ৰস্থ

(গ) দীঘxপুতল

উত্তৰ- (গ) দীঘxপুতল ।

৪। ঘন আকৃতিৰ বস্তুৰ আয়তন=? 

(ক) দীঘ+প্ৰস্থ

(খ) দীঘxপ্ৰস্থxউচ্চতা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) দীঘxপ্ৰস্থxউচ্চতা ।

৫। ১০০০ঘন ছেমি.=?

(ক) ১ ছেমি.

(খ) ২লিটাৰ

(গ) ১ ঘন ছেমি.

উত্তৰ- (গ) ১ ঘন ছেমি. ।

৬। ১লি. কিমান মিলি. মিটাৰ থাকে?

(ক) ২০০০ মিলি.

(খ) ১০০০ মিলি.

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ১০০০ মিলি. ।

৭। ১মিলি. কিমান ঘন ছেমি. থাকে?

(ক) ২০০ ঘন ছেমি.

(খ) ১০০ ঘন ছেমি.

(গ) ১ঘন ছেমি.

উত্তৰ- (গ) ১ঘন ছেমি. ।

৮। কিহৰ দূৰবীণে আকাশৰ ৰহস্য় উদঘাটন কৰিছিল?

(ক) গেলিলিঅ’ৰ

(খ) ট’ৰিছেলিয়ৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) গেলিলিঅ’ৰ ।

৯। দীঘ, পুতল আৰু উচ্চতাৰ মান একে হ’লে বস্তুটোক কি বোলে?

(ক) আয়ত

(খ) ঘনক

উত্তৰ- (খ) ঘনক ।

১০। এক মিনিটত কিমান ছেকেণ্ড থাকে?

(ক) ১০০

(খ) ৫০

(গ) ৬০

উত্তৰ- (গ) ৬০ ।

১১। বৰ্গক্ষেত্ৰৰ বৈশিষ্ট্য় কি?

(ক) প্ৰতিটো বাহুৰ দীঘ বেলেগ

(খ) প্ৰতিটো বাহুৰ দীঘ একে

(গ) দুটা বাহুৰ দীঘ একে

উত্তৰ- (খ) প্ৰতিটো বাহুৰ দীঘ একে ।

১২। ১ মি.ত কিমান ছেমি. থাকে?

(ক) ১০০

(খ) ২০০

(গ) ৩০০

উত্তৰ- (ক) ১০০ ।

১৩। কিহৰ পৰা বৰ্গ মিটাৰ পোৱা গৈছে?

(ক) মিটাৰৰ

(খ) দীঘৰ

(গ) প্ৰস্থৰ

উত্তৰ- (ক) মিটাৰৰ ।

১৪। একোটা সৰু বৰ্গক্ষেত্ৰৰ কালি কিমান বাৰ্গ মিমি.?

(ক) ৫

(খ) ২

(গ) ১

উত্তৰ- (গ) ১ ।

১৫। Nটা বৰ্গক্ষেত্ৰৰ কালি কি বৰ্গ মিমি.?

(ক) M

(খ) N

(গ) P

উত্তৰ- (খ) N ।

১৬। কোনো এটা বস্তুৱে যিমান ঠাই আগুৰি থাকে তাক বস্তুটোৰ কি বোলে?

(ক) দীঘ

(খ) উচ্চতা

(গ) আয়তন

উত্তৰ- (গ) আয়তন ।

১৭। কম পৰিমাণৰ তৰলৰ আয়তন জুখিবলৈ কি পাত্ৰ লোৱা হয়?

(ক) দীঘলীয়াকৃতি

(খ) চুঙাকৃতি

(গ) বহলকৃতি

উত্তৰ- (খ) চুঙাকৃতি ।

১৮। আয়তক্ষেত্ৰটোৰ কালি কিমান বৰ্গ মি.?

(ক) ১০০০

(খ) ২০০০

(গ) ৩০০০

উত্তৰ- (ক) ১০০০ ।

১৯। তলৰ ছবিখনৰ নাম কি?

Captionless Image

(ক) ইটা

(খ) বাকচ

(গ) বিচনা

উত্তৰ- (খ) বাকচ ।

২০। তলৰ ছবিখন কিহৰ ছবি?

Captionless Image

(ক) কেৰাছিন জোখা পাত্ৰ

(খ) পানী জোখা পাত্ৰ

(গ) গোটা বস্তু জোখা পাত্ৰ

উত্তৰ- (ক) কেৰাছিন জোখা পাত্ৰ ।

Type by- Bikul Mandal