Class 4 Social Science Chapter 2 MCQ’s Sankardev School | অসমৰ বিভিন্ন জনগোষ্ঠি আৰু সাংস্কৃতিক জীৱন | Class 4 Social Science Chapter 2 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-2

অসমৰ বিভিন্ন জনগোষ্ঠি আৰু সাংস্কৃতিক জীৱন

১। অসমত বাস কৰা জনগোষ্ঠী সকলৰ সাজ-পাৰ কেনে ধৰণৰ ?

(ক) একে ধৰণৰ

(খ) বেলেগ বেলেগ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বেলেগ বেলেগ।

২। অসমৰ চৰকাৰী ভাষা কি ?

(ক) হিন্দী

(খ) আৰ্য ভাষা

(গ) ইংৰাজী

উত্তৰঃ (খ) আৰ্য ভাষা।

৩। তদুপৰি প্ৰায় প্ৰতিটো জনগোষ্ঠীৰে নিজা নিজা ভাষা আছেনে ?

(ক) আছে

(খ) নাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আছে।

৪। অসমৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইখন ৰাজ্য় আছে?

(ক) ৫খন

(খ) ৬ খন

(গ) ৮ খন

উত্তৰঃ (খ) ৬ খন।

৫। অসমৰ শিপিনীয়ে তাঁতশালত কি কাপোৰ বয়ে ?

(ক) পলিপাট

(খ) ননিপাট

(গ) মুগা

উত্তৰঃ (গ) মুগা।

৬। অজনজাতীয় লোকসকলৰ সৰহভাগ মহিলাই কি সাজ-পাৰ পৰিধান কৰে ?

(ক) মেখেলা-চাদৰ

(খ) দখনা

(গ) ৰিফান কান্দুং

উত্তৰঃ (ক) মেখেলা-চাদৰ।

৭। জনজাতীয় লোকসকলৰ সাজ-পাৰ সাধাৰণতে কেনে কোৱা হয়?

(ক) পাতল

(খ) উজ্জল

(গ) ধেলা

উত্তৰঃ (খ) উজ্জল।

৮। অসমীয়া সমাজত অলংকাৰ পিন্ধা প্ৰথাটো কেতিয়াৰে পৰা চলি আহিছে?

(ক) বৰ্তমানৰ পৰা

(খ) অতিজৰেপৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অতিজৰেপৰা।

৯। হিন্দুসকলৰ ধৰ্মীয় উৎসৱ এটাৰ নাম কি?

(ক) দুৰ্গা পূজা

(খ) বিহু

(গ) বৰদিন

উত্তৰঃ (ক) দুৰ্গা পূজা।

১০। অসমৰ এটা কৃষিভিত্তিক উৎসৱৰ নাম?

(ক) আলি-আয়ে-লৃগাং

(খ) মে-ডাম-মে-ফি

(গ) গুড ফ্ৰাইডে

উত্তৰঃ (ক) আলি-আয়ে-লৃগাং।

Type By- Subhas Nath