Class 3 Science Chapter 3 MCQ’s Assam Jatiya Bidyalaya | পানী | AJB Class 3 Science Chapter 3| MCQ’s Assamese Medium | Class 3 Science Chapter 3 | MCQ’s Type Question Answer |

Chapter-3

পানী

1/ পানী এটা বিশেষ গুণ ? 

(ক) পানীত বহুত বস্তু থাকে

(খ) পানী বহুত বস্তু পমে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) পানী বহুত বস্তু পমে।

2/ মৌ,নেমুৰ বস এলক হ ,ল কি পদাৰ্থ 

(ক) পনীয়া

(খ) জুলিয়া

(গ) শুকান

উত্তৰঃ (খ) জুলিয়া।

3/ বৰষুণৰ এভাগ পানী ক’ত সোমাই ?

(ক) ঘৰৰ ভিতৰত

(খ) মাটিত ভিতৰত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) মাটিত ভিতৰত।

4/ পানী আমি ক ৰ পৰা পাঁও ?

(ক) মাটিৰ পৰা

(খ) নদী পৰা

(গ) বৰষুণৰ পৰা

উত্তৰঃ (ক) মাটিৰ পৰা।

5/ পৰিস্কাৰ পানী কৰ পৰা পোৱা যায় ?

(ক) বৰষুণৰ

(খ) সাগৰ

(গ) মাটি

উত্তৰঃ (গ) মাটি।

6/ পানীত কি কি মিহল হৈ থাকে ?

(ক) বোকা আৰু শিল

(খ) বায়ু আৰু বতাহ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বায়ু আৰু বতাহ।

7/ খাল , ডোং, পুখুৰী আদিৰ বিশুদ্ধ ?

(ক) হয়

(খ) নহয়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) নহয়।

8/ আমি কি পানী খাব লাগে ?

(ক) বিশুদ্ধ পানী

(খ) পৰিস্কাৰ পানী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) পৰিস্কাৰ পানী।

9/ মাটিৰ পৰা আমি পৰিস্কাৰ পানী খাবলৈ কি কি ব্যৱহাৰ কৰিব লাগে ?

(ক) দমকল, কোঁৱা আদি

(খ) পুখুৰি, তিপ কল ,

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) দমকল, কোঁৱা আদি।

10/ পানী বিভিন্ন ধৰণৰ থাকে ?

(ক) আইৰণ পানী আৰু বিজাণু পানী

(খ) লেতেৰা পানী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) আইৰণ পানী আৰু বিজাণু পানী।

Type By- Subhas Nath