Class 4 Burha Burhi aru Siyala Chapter 6 MCQ’s Assam Jatiya Bidyalay | কণ আৰু মন | AJB Class 4 Burha Burhi aru Siyala Chapter 6 MCQ’s Assamese Medium | Class 4 Burha Burhi aru Siyala Chapter 6 | MCQ’s Type Question Answer |

Chapter- 6

কণ আৰু মন

১। মন বয়সত ডাঙৰ আছিল নে?

(ক) আছিল

(খ) নাছিল

(গ) এটাও নহয়

উত্তৰ- (খ) নাছিল ।

২। “আমাৰ যে বাপতীকলীয়া বস্তুবিলাক আছে সেইবোৰ আমি দুইটাই দুই সময়ত চলিয়ত কৰোঁ আহাঁ।” এই কথাষাৰ কোনে কৈছিল?

(ক) মনে

(খ) কণে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) কণে ।

৩। “তুমি কোৱা কথাটো সঁচা, আমাৰনো বস্তুবিলাকৰ ভিতৰত সোমাই থাকি কি হ’ব” এই কথাষাৰ কোনে কৈছিল?

(ক) মনে

(খ) কণে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (ক) মনে ।

৪। “আমাৰ থকা ফটা কঁথাখন জাৰকালি ৰাতি লৈ শুম” বুলি কোনে কৈছিল?

(ক) মনে

(খ) কণে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) কণে ।

৫। “বোপা আমাৰ যে সেই ক’লী গৰুজনী আছে তাইৰ আগফাল তুমি লোৱাঁ” এই কথাষাৰ কোনে কৈছিল?

(ক) মনে

(খ) কণে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) কণে ।

৬। “তোমাৰ কথা কেতিয়াও দলিয়াই নেপেলাওঁ” এই কথাষাৰ কোনে কৈছিল?

(ক) মনে

(খ) কণে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (ক) মনে ।

৭। “তুমি কে’লৈ ইমান দুখ সহিছা” এই কাথাষাৰ কোনে কৈছিল?

(ক) মনে

(খ) কণে

(গ) বুঢ়ী জনীয়ে

উত্তৰ- (গ) বুঢ়ী জনীয়ে ।

৮। “তুমি এটি বন কৰিবা” বুলি কোনে কৈছিল?

(ক) মনে

(খ) কণে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।

৯। জহ শব্দৰ অৰ্থ কি?

(ক) মানা কৰা

(খ) গৰম

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) গৰম ।

১০। মিলা-প্ৰীতি শব্দৰ অৰ্থ কি?

(ক) গৰম

(খ) নিষেধ কৰা

(গ) সমিলমিল

উত্তৰ- (গ) সমিলমিল ।

Type by- Bikul Mandal