Class 4 Burha Burhi aru Siyala Chapter 10 MCQ’s Assam Jatiya Bidyalay | সৰবজান | AJB Class 4 Burha Burhi aru Siyala Chapter 10 MCQ’s Assamese Medium | Class 4 Burha Burhi aru Siyala Chapter 10 | MCQ’s Type Question Answer |

Chapter- 10

সৰবজান

১। “যোৱাঁচোন, কাৰ ঘৰত বৰাদান মাৰিছে চোৱাঁগৈ” এই কথাষাৰ কোনে কৈছিল?

(ক) ফৰিঙে

(খ) ফৰিংৰ ঘৈণীয়েকে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) ফৰিংৰ ঘৈণীয়েকে ।

২। বন – বাৰী শব্দৰ অৰ্থ কি?

(ক) নিশ্চিত হ

(খ) ঘৰুৱা কাম

(গ) সন্মান কৰ্

উত্তৰ- (খ) ঘৰুৱা কাম ।

৩। আদৰ – সাদৰ কৰ্ শব্দৰ অৰ্থ কি?

(ক) বিবুধি হ

(খ) সন্মান কৰ্

(গ) নিশ্চিত হ

উত্তৰ- (খ) সন্মান কৰ্ ।

৪। থিয়ৈ মূচকছ যোৱা শব্দৰ অৰ্থ কি?

(ক) আনলৈ নেভাবি নিজৰ স্বাাৰ্থ বিচৰা

(খ) সঘনে ব্য়ৱহাৰ কৰি থকা সৰু বাকচ

(গ) নভবা – নিচিন্তা ডাঙৰ বিপদত পৰি মৰা প্ৰায় হোৱা

উত্তৰ- (গ) নভবা – নিচিন্তা ডাঙৰ বিপদত পৰি মৰা প্ৰায় হোৱা ।

৫। ডহডহীয়াৰ শব্দৰ অৰ্থ কি?

(ক) বিবুধি হ

(খ) নিশ্চিত হ

(গ) সন্মান কৰ্

উত্তৰ- (খ) নিশ্চিত হ ।

Type by- Bikul Mandal