Class 4 Burha Burhi aru Siyala Chapter 8 MCQ’s Assam Jatiya Bidyalay | বুঢ়া – বুঢ়ী আৰু শিয়াল | AJB Class 4 Burha Burhi aru Siyala Chapter 8 MCQ’s Assamese Medium | Class 4 Burha Burhi aru Siyala Chapter 8 | MCQ’s Type Question Answer |

Chapter- 8

বুঢ়া – বুঢ়ী আৰু শিয়াল

১। “আপোনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে” এই কথাষাৰ কোনে কৈছিল?

(ক) বুঢ়ীয়ে

(খ) শিয়ালে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) শিয়ালে ।

২। “আপুনি কচু ৰুব পৰা নাই” এই কথাষাৰ কোনে কৈছিল?

(ক) বুঢ়ীয়ে

(খ) শিয়ালে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) শিয়ালে ।

৩। “তহঁতৰ কথামতে মই কচু ৰুম” এি কথাষাৰ কোনে কৈছিল?

(ক) বুঢ়ীয়ে

(খ) শিয়ালে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।

৪। শিয়াল বোৰক মৰা বুধি কোনে সাজিছিল?

(ক) বুঢ়ীয়ে সাজিছিল

(খ) বুঢ়ায়ে সাজিছিল

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) বুঢ়ায়ে সাজিছিল ।

৫। শিয়াল বোৰৰ ভিতৰত কিমানটা শিয়াল বাছিল?

(ক) দুটা

(খ) চাৰিটা

(গ) ছয়টা

উত্তৰ- (খ) চাৰিটা ।

Type by- Bikul Mandal