Class 4 Burha Burhi aru Siyala Chapter 7 MCQ’s Assam Jatiya Bidyalay | তেলীয়াসাৰেং আৰু ফেঁচু | AJB Class 4 Burha Burhi aru Siyala Chapter 7 MCQ’s Assamese Medium | Class 4 Burha Burhi aru Siyala Chapter 7 | MCQ’s Type Question Answer |

Chapter- 7

তেলীয়াসাৰেং আৰু ফেঁচু

১। তেলীয়াসাৰেঙে কাক মাত দিলে?

(ক) পক্ষু-পক্ষীক

(খ) তাৰ ঘৈণীয়েকক

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (খ) তাৰ ঘৈণীয়েকক ।

২। “ৰাইজৰ হুকুম শিৰত লৈ মই আহিছোঁ” এই কথাষাৰ কোনে কৈছে?

(ক) কাউৰীয়ে

(খ) তেলীয়াসাৰেঙে

(গ) ইয়াৰ ইটাও নহয়

উত্তৰ- (ক) কাউৰীয়ে ।

৩। “কাইলৈ হেনো দিনটো ভাল আৰু পুৱা ঠিক ডেৰপৰ বেলি যোৱাত আপুনি ৰজাৰ খাটোলাত উঠিব লাগে?”

(ক) তেলীয়াসাৰেঙে

(খ) কাউৰীয়ে

(গ) বগলীয়ে

উত্তৰ- (গ) বগলীয়ে ।

৪। কোনে এই বাতৰি শুনি তাৰ হাতত কোনোবাই সোণৰ সোলেং এটা তুলি দিয়া যেন পালে?

(ক) বাগলীয়ে

(খ) তেলীয়াসাৰেঙে

(গ) কাউৰীয়ে

উত্তৰ- (খ) তেলীয়াসাৰেঙে ।

৫। “যোগ্য় ভাৱ-গতিৰে তাৰ চলা উচিত” এই কথাষাৰ কোনে কৈছিল? 

(ক) তেলীয়াসাৰেঙে

(খ) কাউৰীয়ে

(গ) বগলীয়ে

উত্তৰ- (ক) তেলীয়াসাৰেঙে ।

৬। “ৰাইজৰ হুকুমত নমৰিলেও চকু মুদিব লাগে বুলি” কোনে কৈছিল?

(ক) কাউৰীয়ে

(খ) তেলীয়াসাৰেঙে

(গ) বগলীয়ে

উত্তৰ- (খ) তেলীয়াসাৰেঙে ।

৭। “কি সৰ্বনাস তপত তেলত জোবোৰা মাৰিবলৈ গ’লে যে গাৰ ছাল যাব” এই কথাষাৰ কোনে কৈছিল?

(ক) তেলীয়াসাৰেঙে

(খ) বগলীয়ে

(গ) কাউৰীয়ে

উত্তৰ- (ক) তেলীয়াসাৰেঙে ।

৮। “মই আপোনাৰ গাত ভালকৈ মাহ-হালদি ঘঁহি দিম” এই কথাষাৰ কোনে কৈছিল?

(ক) তেলীয়াসাৰেঙে

(খ) কাউৰীয়ে

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।

৯। উদণ্ড শব্দৰ অৰ্থ কি?

(ক) ভাত ৰন্ধা

(খ) অসন্তোষ পা

(গ) শাসন নথকা

উত্তৰ- (গ) শাসন নথকা ।

১০। বেজাৰ পা শব্দৰ অৰ্থ কি?

(ক) অসন্তোষ পা

(খ) বৰকৈ বোজাৰ পা

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- (ক) অসন্তোষ পা ।

Type by- Bikul Mandal