Class 4 Science Chapter 10 MCQ’s Jatiya Bidyalay | প্ৰাণীৰ থকা ঠাই | AJB Class 4 Science Chapter 10 MCQ’s Assamese Medium | Class 4 Science Chapter 10 | MCQ’s Type Question Answer |

Chapter- 10

প্ৰাণীৰ থকা ঠাই

১। ইয়াৰ ভিতৰত ডাঙৰ প্ৰাণী কোনটো ?

(ক) হাতী

(খ) হৰিণ

(গ) মেকুৰী

উত্তৰ- (ক) হাতী ।

২। হাতী ক’ত থাকে ?

(ক) মানুহৰ ঘৰত

(খ) হাবি-বননিত

(গ) গছৰ ফুঁটাত

উত্তৰ- (খ) হাবি-বননিত ।

৩। সাপে নিজে গাঁত খান্দে নে নাখান্দে ?

(ক) খান্দে

(খ) নাখান্দে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নাখান্দে ।

৪। মকৰাই ক’ৰ পৰা ৰস উলিয়াই সুন্দৰ জাল বান্ধি থাকে ?

(ক) পোক-পৰুৱা দেহৰ পৰা

(খ) মানুহৰ দেহৰ পৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।

৫। মহ, মাখি, ফৰিং আদি উৰণীয়া প্ৰাণীবোৰ ক’ত লাগি পৰেহি ?

(ক) মকৰাৰ জালত

(খ) মৌ-মাখিৰ জালত

(গ) পাটপলুৰ লেটাৰ ভিতৰত

উত্তৰ- (ক) মকৰাৰ জালত ।

৬। কুলি চৰায়ে বাহ সাজে হয় নে নহয় ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নহয় ।

৭। গৰু, ম’হ, ছাগলী আদি এইবোৰ কি জন্তু ?

(ক) ঘৰচীয়া

(খ) বনৰীয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ঘৰচীয়া ।

৮। গৰুৰ বন্ধা ঠাই ক’ত ?

(ক) তলৰ এটাও নহয়

(খ) পেঁটাৰী

(গ) গোঁহালী

উত্তৰ- (গ) গোঁহালী ।

৯। ইয়াৰ ভিতৰত কাৰ মাত ওলাই ?

(ক) কুকুৰা

(খ) ভাটৌ

(গ) ঘৰচিৰিকা

উত্তৰ- (খ) ভাটৌ ।

১০। ইয়াৰ ভিতৰত কোনে সুৰংগ সাজি বাস কৰে ?

(ক) ভাটৌ

(খ) বাঘ

(গ) নিগনি

উত্তৰ- (গ) নিগনি ।

Type by- Bikul Mandal