Class 4 Science Chapter 9 MCQ’s Jatiya Bidyalay | প্ৰাণী আৰু প্ৰাণীৰ আহাৰ | AJB Class 4 Science Chapter 9 MCQ’s Assamese Medium | Class 4 Science Chapter 9 | MCQ’s Type Question Answer |

Chapter- 9

প্ৰাণী আৰু প্ৰাণীৰ আহাৰ

১। প্ৰাণীক জীয়াই থাকিবলৈ কি লাগে ?

(ক) আহাৰ আৰু পানী

(খ) কেৱল আহাৰ

(গ) কেৱল পানী

উত্তৰ- (ক) আহাৰ আৰু পানী ।

২। যিবোৰ প্ৰাণীয়ে মাংস খায় তাক কি বোলে ?

(ক) তৃণভোজী প্ৰাণী

(খ) মাংসভোজী প্ৰাণী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মাংসভোজী প্ৰাণী ।

৩। যিবোৰ প্ৰাণীয়ে ঘাঁহ খায় তাক কি বোলে ?

(ক) তলৰ এটাও নহয়

(খ) মাংসভোজী প্ৰাণী

(গ) তৃণভোজী প্ৰাণী

উত্তৰ- (গ) তৃণভোজী প্ৰাণী ।

৪। তলৰ কোনটো মাংসভোজী প্ৰাণী ?

(ক) গৰু

(খ) ছাগলী

(গ) বাঘ

উত্তৰ- (গ) বাঘ ।

৫। তলৰ কোনটো তৃণভোজী প্ৰাণী ?

(ক) বাঘ

(খ) গৰু

(গ) সিংহ

উত্তৰ- (খ) গৰু।

৬। উদ্ভিদে ক’ত নিজৰ আহাৰ তৈয়াৰ কৰে ?

(ক) গা-গছত

(খ) শিপাত

(গ) পাতত

উত্তৰ- (গ) পাতত ।

৭। ওকনি পৰজীৱী প্ৰাণী হয় নে নহয় ?

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) হয় ।

৮। প্ৰ’টিনত এবিধ জৈৱ-ৰাসায়নিক শক্তি থাকে নে নাথাকে ?

(ক) থাকে

(খ) নাথাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) থাকে ।

৯। ভাটৌৰ দুয়োটা ঠোঁট সমান হয় নে নহয় ?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নহয় ।

১০। ঘৰচিৰিকাৰ ঠোঁটতো কেনেকুৱা ?

(ক) দীঘল

(খ) চুটি

(গ) বেঁকা

উত্তৰ- (খ) চুটি

Type by- Bikul Mandal