Class 4 Science Chapter 11 MCQ’s Jatiya Bidyalay | আমাৰ আহাৰ | AJB Class 4 Science Chapter 11 MCQ’s Assamese Medium | Class 4 Science Chapter 11 | MCQ’s Type Question Answer |

Chapter- 11

আমাৰ আহাৰ

১। প্ৰ’টিনজাতীয় খাদ্য কোনবিধ ?

(ক) মাছ

(খ) আলু

(গ) বিলাহী

উত্তৰ- (ক) মাছ ।

২। কাৰ্ব’হাইড্ৰেটজাতীয় খাদ্য কোনবিধ ?

(ক) বিলাহী

(খ) কণী

(গ) মিঠাই

উত্তৰ- (গ) মিঠাই ।

৩। খনিজ লৱণজাতীয় খাদ্য কোনবিধ ?

(ক) আলু

(খ) শাক

(গ) ছয়াবিন

উত্তৰ- (খ) শাক ।

৪। ইয়াৰ ভিতৰত ভিটামিন ক’ত আছে ?

(ক) আপেলত

(খ) আইচ’ক্ৰীমত

(গ) বৰফত

উত্তৰ- (ক) আপেলত ।

৫। চৰ্বীজাতীয় খাদ্য কোনবিধ ?

(ক) গাজৰ

(খ) ঘিঁউ

(গ) মিঠাই

উত্তৰ- (খ) ঘিঁউ ।

৬। ভাল, নিৰোগী স্বাস্থ্যৰ বাবে সকলোকে কিহৰ প্ৰয়োজন ?

(ক) সুষম আহাৰৰ

(খ) কেৱল প্ৰ’টিনৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সুষম আহাৰৰ ।

৭। ডেভিড হিলবাৰ্ট কোন আছিল ?

(ক) এজন ডাক্তৰ

(খ) এজন যাদুকৰ

(গ) এজন গণিতজ্ঞ

উত্তৰ- (গ) এজন গণিতজ্ঞ ।

৮। তেওঁ কিহক লৈ ব্যস্ত আছিল ?

(ক) যাদুক লৈ

(খ) ৰোগী চোৱাক লৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।

৯। হিলবাৰ্টৰ পত্নীয়ে তেখেতক কি কৰিবলৈ কৈছিল ?

(ক) ভাত খাবলৈ কৈছিল

(খ) লেতেৰা কাপোৰ সলাই ভাল কাপোৰ পিন্ধিবলৈ কৈছিল

(গ) শুই থাকিবলৈ কৈছিল

উত্তৰ- (খ) লেতেৰা কাপোৰ সলাই ভাল কাপোৰ পিন্ধিবলৈ কৈছিল ।

১০। তেওঁ আলহীৰ কথা পাহৰি কি কৰিছিল ?

(ক) অকলেই ভাত খাইছিল

(খ) চিগাৰেট হুঁপিছিল

(গ) টোপনি গৈছিল

উত্তৰ- (গ) টোপনি গৈছিল ।

Type by- Bikul Mandal