Class 4 Science Chapter 7 MCQ’s Jatiya Bidyalay | গুটিৰ বিস্তাৰণ | AJB Class 4 Science Chapter 7 MCQ’s Assamese Medium | Class 4 Science Chapter 7 | MCQ’s Type Question Answer |

Chapter- 7

গুটিৰ বিস্তাৰণ

১। একোডাল গছত কেইপাহ ফুল ফুলে ?

(ক) ৩ পাহ

(খ) ৪ পাহ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।

২। নৈ আৰু সাগৰৰ কাষত গছ থাকে নে নাথাকে ?

(ক) থাকে

(খ) নাথাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) থাকে ।

৩। সাগৰৰ পাৰত কি গছ হয় ?

(ক) তেজপাতৰ

(খ) নাৰিকলৰ

(গ) বগৰীৰ

উত্তৰ- (খ) নাৰিকলৰ ।

৪। নাৰিকলৰ বাকলি কেনেকুৱা ?

(ক) ঢীলা

(খ) শুকান

(গ) জীকা

উত্তৰ- (খ) শুকান ।

৫। এডিছনৰ বেয়া স্বভাৱ কোনটো ?

(ক) ভাত নোখোৱাটো

(খ) বিৰি খাই থকাটো

(গ) চিগাৰেট খাই থকাটো

উত্তৰ- (গ) চিগাৰেট খাই থকাটো ।

৬। এডিছন কিহত ব্যস্ত আছিল ?

(ক) কামত

(খ) খেলাত

(গ) আহাৰ খোৱাত

উত্তৰ- (ক) কামত ।

৭। এডিছনৰ লগৰবোৰে কোনটো কথা ভাল পাইছিল ?

(ক) বিৰি খোৱাটো

(খ) আহাৰ খোৱাটো

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।

৮। এডিছনৰ লগৰবোৰে বিনা পইছাৰে কি খাইছিল ?

(ক) ভাত

(খ) বিৰি

(গ) চিগাৰেট

উত্তৰ- (গ) চিগাৰেট ।

৯। ভোটএৰা গুটিৰ কি হয় ?

(ক) ফাটি ছিটিকি পৰে

(খ) বতাহে উৰুৱাই নিয়ে

(গ) পানীৰ সোঁতত উটি যায়

উত্তৰ- (ক) ফাটি ছিটিকি পৰে ।

১০। নাৰিকলৰ কি হয় ?

(ক) বতাহে উৰুৱাই নিয়ে

(খ) শুঙৰ সহায়ত আন প্ৰাণীৰ গাত লাগি ধৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।

Type by- Bikul Mandal