Class 4 Science Chapter 8 MCQ’s Jatiya Bidyalay | আমাৰ দৰকাৰী উদ্ভিদ | AJB Class 4 Science Chapter 8 MCQ’s Assamese Medium | Class 4 Science Chapter 8 | MCQ’s Type Question Answer |

Chapter- 8

আমাৰ দৰকাৰী উদ্ভিদ

১। মানুহে প্ৰধান খাদ্য ক’ৰ পৰা পায় ?

(ক) তৃণজাতীয় উদ্ভিদৰ পৰা

(খ) তৃণভোজী প্ৰাণীৰ পৰা

(গ) মাংসভোজী প্ৰাণীৰ পৰা

উত্তৰ- (ক) তৃণজাতীয় উদ্ভিদৰ পৰা ।

২। তৃণজাতীয় উদ্ভিদৰ গুটিক কি কয় ?

(ক) বীজ

(খ) শস্য

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) শস্য ।

৩। মানুহৰ প্ৰধান খাদ্য কি ?

(ক) মাংস

(খ) ৰুটী

(গ) ভাত

উত্তৰ- (গ) ভাত ।

৪। যৱধানৰ আন এটা নাম কি ?

(ক) ধান

(খ) জোৱাৰ

(গ) বাৰ্লি

উত্তৰ- (গ) বাৰ্লি ।

৫। জোৱাৰৰ আন এটা নাম কি ?

(ক) ছৰ্ঘাম

(খ) বজ্ৰা

(গ) গোমধান

উত্তৰ- (ক) ছৰ্ঘাম ।

৬। দাইল, ছয়াবিন আদিৰ পৰা কি পোৱা যায় ?

(ক) ভিটামিন

(খ) কেল’ছিয়াম

(গ) প্ৰ’টিন

উত্তৰ- (গ) প্ৰ’টিন ।

৭। মানুহ আৰু ঘৰচীয়া প্ৰাণীক বেমাৰ হ’লে কিহৰ প্ৰয়োজন ?

(ক) খাদ্যৰ

(খ) বাসস্থানৰ

(গ) ঔষধৰ

উত্তৰ- (গ) ঔষধৰ ।

৮। বহু ঔষধ ক’ৰ পৰা পোৱা যায় ?

(ক) দোকানৰ পৰা

(খ) গছৰ পৰা

(গ) মানুহৰ পৰা

উত্তৰ- (খ) গছৰ পৰা ।

৯। মেলেৰিয়া আদি ৰোগ নিৰাময়ৰ বাবে কি ব্যৱহাৰ কৰা হয় ?

(ক) ছালকুঁৱৰী

(খ) আমলখি

(গ) তুলসী

উত্তৰ- (গ) তুলসী ।

১০। কাৰ্ব’হাইড্ৰেটবোৰ কিহত পৰিণত হৈছিল ?

(ক) কেৰাচিনত

(খ) কয়লাত

(গ) পেট্ৰল’ত

উত্তৰ- (গ) তুলসী ।

Type by- Bikul Mandal