গছ-গছনিৰ কথা | অধ্য়ায়-১ | Chapter 1 | Class 4 Environment SCERT School Question Answer | গছ-গছনিৰ কথা Lesson 1 Class 4 আমি আৰু আমাৰ পৰিৱেশ SCERT School Question Answer and Solutions For Assam |

Chapter 1

গছ-গছনিৰ কথা

অনুশীলনী

১। উত্তৰ লিখা-

(ক) উদ্ভিদ এজোপাৰ অংশসমূহ নাম লিখা ।  

উত্তৰঃ 
(খ) শিপাক পাচলি হিচাপে খোৱা তিনিবিধ উদ্ভিদৰ নাম লিখা ।

উত্তৰঃ 
(গ) উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি ?

উত্তৰঃ 
(ঘ) বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰনাম লিখা ।

উত্তৰঃ 

(ঙ) গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা ।

উত্তৰঃ 

(চ) চাৰিবিধ বহুগুটীয়া ফলৰ নাম লিখা ।

উত্তৰঃ 


২। খালী ঠাই পূৰ কৰা –

(ক) উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ __________ গেছ ব্যৱহাৰ কৰে ।


(খ) লিচু, জলফাই আদিৰ ________ গুটি থাকে ।

(গ) উদ্ভিদে বায়ুমণ্ডলত _____ গেছ আৰু কাৰ্বন-ডাই-অস্কাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে ।


(ঘ) ফুলৰ পৰাই ________উৎপন্ন হয় ।


(ঙ) ফুলৰ ৰং আৰু ________ কীট-পতংগক আকৰ্ষণ কৰে ।


৩। শুদ্ধ উত্তৰটোত ‘ চিন দিয়া –

(ক) উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰপৰা কাৰ্বন- ডাই-অক্সাইড/অক্সিজেন গেছ আহৰণ কৰে ।

উত্তৰঃ 
(খ) শেৱালি, ৰজনীগন্ধা আদি দিনত/ৰাতি ফুলে ।

উত্তৰঃ 
(গ) কমলা, বগৰী আদি গ্ৰীষ্ম ঋতু/ শীত ঋতুত হোৱা ফল ।

উত্তৰঃ  

(ঘ) মাটি কঁঠাল, তৰমুজ আদিৰ আকাৰ সৰু/ডাঙৰ।

উত্তৰঃ 


৪। তুমি খাই ভাল পোৱা এবিধ ফলৰ ছবি আঁকি ৰং কৰা ।

উত্তৰঃ