Class 5 Environment Chapter 4 | প্ৰাকৃতিক সম্পদ | MCQs Short Question Answer SCERT School |

Chapter 4

প্ৰাকৃতিক সম্পদ

1. প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা ?

(ক)ভূ-পৃষ্ঠৰ তলৰ ভাগ আৰু ভূগৰ্ভৰ তলত সঞ্চিত হৈ থকা সম্পদ।

(খ)ভূ-পৃষ্ঠৰ উপৰিভাগ আৰু ভূগৰ্ভৰ তলত সঞ্চিত হৈ থকা সম্পদ।

(গ)ভূ-পৃষ্ঠৰ তলৰ ভাগ আৰু ভূগৰ্ভৰ উপৰিভাগত সঞ্চিত হৈ থকা সম্পদ।

উত্তৰঃ (খ)ভূ-পৃষ্ঠৰ উপৰিভাগ আৰু ভূগৰ্ভৰ তলত সঞ্চিত হৈ থকা সম্পদ।

2. প্ৰাকৃতিক সম্পদক কেইটা ভাগত ভাগ কৰা হৈছে ?

(ক)তিনিটা।

(খ)চাৰিটা।

(গ)দুটা।

উত্তৰঃ (গ)দুটা।

3. অসম ৰাজ্য়খন কিহেৰে ভৰপূৰ ?

(ক)পাহাৰীয়া অঞ্চলেৰে।

(খ)বনাঞ্চলেৰে।

(গ)সম্পদেৰে।

উত্তৰঃ (খ)বনাঞ্চলেৰে।

4. অসমৰ কোন অঞ্চলত মূল্য়ৱান কাঠ পোৱা যায় ?

(ক)পাহাৰীয়া অঞ্চলত।

(খ)দাঁতিকাষৰীয়া অঞ্চলত।

(গ)নামনি অঞ্চলত।

উত্তৰঃ (গ)নামনি অঞ্চলত।

5. অসমৰ কি জন্তুৰ বাবে পৃথিৱী বিখ্য়াত ?

(ক)সিংহৰ বাবে।

(খ)হৰিণাৰ বাবে।

(গ)এটা খড়গৰ গড়ৰ বাবে।

উত্তৰঃ (গ)এটা খড়গৰ গড়ৰ বাবে।

6. বনজসম্পদসমূহৰ ওপৰত ভিত্তি কৰি অসমত কি গঢ়ি উঠিছে ?

(ক) উদ্য়োগ।

(খ) সম্পদ।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (ক) উদ্য়োগ।

7. শিহু কোন নৈত পোৱা যায় ?

(ক)বৰাক নৈত।

(খ)মানাহ নৈত।

(গ)ব্ৰহ্মপুত্ৰ নৈত.

উত্তৰঃ (গ)ব্ৰহ্মপুত্ৰ নৈত.

8. উদ্য়োগত ব্য়ৱহাৰ কৰিবলৈ অৱশ্য়ক হোৱা পানী কৰ পৰা আহৰণ কৰা হয় ?

(ক) নৈৰ পৰা।

(খ) ভূ-গৰ্ভৰ পৰা।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (খ) ভূ-গৰ্ভৰ পৰা।

9. নৈ-উপনৈ আৰু খাল-বিল আদি জলাশয়বোৰে কিহৰ চাহিদা পুৰণ কৰে ?

(ক) মাছৰ।

(খ) চৰাইৰ।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (ক) মাছৰ।

10. গ্ৰীষ্মকালত কি কি খেতি কৰা হয় ?

(ক) আলু, ফুলকবি, বন্ধাকবি আদি।

(খ) ধান, মৰাপাট, লাউ আদি।

(গ)ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (খ) ধান, মৰাপাট, লাউ আদি।

11. অসমৰ প্ৰধান ৰোপন খেতি কি ?

(ক)ধান খেতি।

(খ)ৰবৰ খেতি।

(গ)চাহ খেতি।

উত্তৰঃ (গ)চাহ খেতি।

12. অসম কি সম্পদত চহকী ?

(ক)কৃষিজাত সম্পদত।

(খ)খনিজ সম্পদত।

(গ)জলজ সম্পদত।

উত্তৰঃ (খ)খনিজ সম্পদত।

13. প্ৰকৃতিত পোৱা সম্পদৰ ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ ইন্ধন কি ?

(ক)খাৰুৱা তেল।

(খ)কয়লা।

(গ)চূনশিল।

উত্তৰঃ (খ)কয়লা।

14. অসমৰ কোন কোন ঠাইত কয়লা পোৱা যায় ?

(ক)মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদিত।

(খ)শিৱসাগৰ, ধুবুৰী আদিত।

(গ)ধেমাজী, গোৱালপাৰা আদিত।

উত্তৰঃ (ক)মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ আদিত।

15. খাৰুৱা তেল কি অৱস্থাত থাকে ?

(ক)গোটা।

(খ)গেছীয়।

(গ)জুলীয়া।

উত্তৰঃ (গ)জুলীয়া।

16. প্ৰাকৃতিক গেছ কি অৱস্থাত থাকে ?

(ক)জুলীয়া।

(খ)গেছীয়।

(গ)গোটা।

উত্তৰঃ (খ)গেছীয়।

17. খাৰুৱা তেলসমূহ কোন স্তৰৰ মাজত পোৱা যায় ?

(ক) মাটিৰ।

(খ) শিলৰ

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) শিলৰ

18. কিমান চনত ইংৰাজসকলে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায় ?

(ক)1859

(খ)1869

(গ)1889

উত্তৰঃ (গ)1889

19. অসমৰ তেল শোধানাগাৰ ক’ত ক’ত আছে ?

(ক)মাকুম, লিডু, জয়পুৰ আদিত।

(খ)শিৱসাগৰ, ধুবুৰী আদিত।

(গ)ডিগবৈ, নুনমাটি, বঙাইগাওঁ আদিত।

উত্তৰঃ (গ)ডিগবৈ, নুনমাটি, বঙাইগাওঁ আদিত।

20. বিলাতী মাটি প্ৰস্তুত কৰিবলৈ কি ব্য়ৱহাৰ কৰা হয় ?

(ক)খাৰুৱা তেল।

(খ)কয়লা।

(গ)চূনশিল।

উত্তৰঃ (গ)চূনশিল।