Class 4 Environment Assam Answer ( পৰিৱেশ ) Chapter 14 | আমাৰ অধিকাৰ | Environment Solution SCERT School

Chapter 14

আমাৰ অধিকাৰ

১। বিপুল কোন শ্ৰেণীৰ ছাত্ৰ ?

(ক) প্ৰথম

(খ) দ্বিতীয়

(গ) চতুৰ্থ

উত্তৰঃ (গ) চতুৰ্থ

২। বিপুল কোন গাঁৱৰ লৰা আছিল ?

(ক) আমগুৰি

(খ) কেন্দুগুৰিৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) কেন্দুগুৰিৰ

৩। বাছেৰে গৈ থাকোঁতে কেইদৰা খেতি দেখিলে ?

(ক) ৩ দৰা

(খ) ২ দৰা

(গ) ৫ দৰা

উত্তৰঃ (খ) ২ দৰা

৪। কাৰ নিৰ্দেশমতে সকলো ছাত্ৰ-ছাত্ৰী বাছখনৰ পৰা নামিল ?

(ক) শিক্ষয়িত্ৰী

(খ) শিক্ষক

(গ) এটাও নহয়

উত্তৰঃ (খ) শিক্ষক

৫। কি দেখি আটায়ে বৰ আনন্দ পালে ?

(ক) পানী

(খ) নিজৰা

(গ) এটাও নহয়

উত্তৰঃ (খ) নিজৰা

৬। শিক্ষকে  ছাত্ৰ-ছাত্ৰী সকলক কিছুসময়ৰ বাবে ক’লৈ লৈ গৈছিল ?  

(ক) প্ৰাথমিক বিদ্য়লয়

(খ) মানুহৰ ঘৰলৈ

(গ) এটাও নহয়

উত্তৰঃ (ক) প্ৰাথমিক বিদ্য়লয়

৭। বিদ্য়ালয়খনলৈ যাওঁতে কিহেৰে গৈছিল ?

(ক) ছাইকেলেৰে

(খ) খুজকাঢ়ি

(গ) বাছেৰে

উত্তৰঃ (খ) খুজকাঢ়ি

৮। সিহঁতে কেইটা বজাত বিদায় ললে ?

(ক) ১ টা

(খ) ৩ টা

(গ) ৪টা

উত্তৰঃ (খ) ৩ টা

৯। বিদ্য়ালয়ত নগৈ ছোৱালী বোৰে কি কৰে ?

(ক) খেতি পথাৰত

(খ) ঘৰত থাকে

(গ) এটাও নহয়

উত্তৰঃ (ক) খেতি পথাৰত

১০। ছাত্ৰ-ছাত্ৰীসকলে ক্ষেত্ৰ ভ্ৰমনৰ বাবে ক’লৈ গৈছিল ?

(ক) চহৰলৈ

(খ) পাহাৰীয়া অঞ্চললৈ

(গ) এটাও নহয়

উত্তৰঃ (খ) পাহাৰীয়া অঞ্চললৈ

১১। বিপুল কেন্দুগুৰি গাঁৱৰ কিমান নং আদৰ্শ প্ৰাথমিক বিদ্য়ালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ? 

(ক) ১২নং

(খ) ১১নং

(গ) ১৪নং

উত্তৰঃ (খ) ১১নং

১২। গন্তব্য় স্থান কেন্দুগুৰি গাঁৱৰ পৰা কিমান কিলোমিটাৰ আঁতৰৰ এটা পাহাৰীয়া অঞ্চল ? 

(ক) ৫৮ কিলোমিটাৰ

(খ) ৫৯ কিলোমিটাৰ

(গ) ৬০ কিলোমিটাৰ

উত্তৰঃ (গ) ৬০ কিলোমিটাৰ

১৩। অঞ্চলটোৰ জনবসতি সেৰেঙা ?

(ক) সত্য়

(খ) অসত্য়

(গ) এটাও নহয়

উত্তৰঃ (ক) সত্য়

১৪। মালালা ইউচফযাই তলৰ কোন দেশৰ মহিলা ? 

(ক) ভাৰতীয় মহিলা

(খ) পাকিস্তানৰ মহিলা

(গ) চীন দেশৰ মহিলা

উত্তৰঃ (খ) পাকিস্তানৰ মহিলা

১৫। কৈলাশ সত্য়াৰ্থীক পাকিস্তানৰ ব্য়ক্তি আছিল ?

(ক) হয়

(খ) নহয়

(গ) এটাও নহয়

উত্তৰঃ (খ) নহয়

১৬। আইনৰ অনুসৰি কিমানৰ পৰা কিমান বছৰ বয়সৰ সকলো ল’ৰা-ছোৱালীৰ বাবে প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্য়তামূলক বুলি কৈছে। 

(ক) ৭ৰ পৰা ১২

(খ) ৬ৰ পৰা ১৪

(গ) ৯ৰ পৰা ১৭

উত্তৰঃ (খ) ৬ৰ পৰা ১৪

১৭। চৰকাৰে কিমান চনত ‘শিশু-শ্ৰমিক আইন’ প্ৰণয়ন কৰে ? 

(ক) ১৯৫৮ চনত

(খ) ১৯৮৬ চনত

(গ) ১৯৭৫ চনত

উত্তৰঃ (খ) ১৯৮৬ চনত

১৮। কিমান বছৰৰ তলৰ কোনো শিশুক উপাৰ্জনৰ কামত নিয়োগ কৰিব নোৱাৰিব

(ক) ১৪ বছৰ

(খ) ১৯ বছৰ

(গ) ১৮ বছৰ

উত্তৰঃ (ক) ১৪ বছৰ

১৯। শিক্ষকে সিহঁতক পাহাৰৰ লুংলুঙীয়া বাটেৰে এটা কি চাবলৈ লৈ গ’ল ?

(ক) নিজৰা চাবলৈ

(খ) পুখুৰী চাবলৈ

(গ) সাগৰ চাবলৈ

উত্তৰঃ (ক) নিজৰা চাবলৈ

২০। লিংগ-বৈষম্য় মানে ল’ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ ? 

(ক) অসত্য়

(খ) সত্য়

(গ) এটাও নহয়

উত্তৰঃ (খ) সত্য়