পানী | অধ্য়ায়-৩ | Chapter 3 | Class 4 Environment SCERT School Question Answer | পানী Lesson 3 আমি আৰু আমাৰ পৰিৱেশ চতুৰ্থ শ্ৰেণীৰ Question Answer and Solutions For Assam |

Chapter 3

পানী

অনুশীলনী ১।

উত্তৰ দিয়া –

(ক) আমি কেনেকুৱা পানী খাব লাগে  ?

উত্তৰঃ 


(খ) বীজাণুযুক্ত পানী  খালে কি হয় ?

উত্তৰঃ 

(গ) পানী কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি ?

উত্তৰঃ  

(ঘ) পানীত পমি যোৱা কিছুমান বস্তুৰ নাম লিখা?

উত্তৰঃ 


(ঙ) নদ-নদী, সাগৰ, জান-জুৰিৰ পানীক কিহে ভাপলৈ পৰিৰ্বতন কৰে ?

উত্তৰঃ    


২। খালী ঠাই পূৰ কৰা —

(ক) শীল বৰষুণত _______ থাকে ।


(খ) সাগৰৰ পানী ________।


(গ) পানী উতলালে বেমাৰৰ ___________ মৰে ।

 
(ঘ) তাপ পালে পানী __________ পৰিৰ্বতন হয় । 


(ঙ) পানীৰ ভাপ চেঁচা কৰিলে ________ সলনি হয় ।


৩। ঘৰুৱা কামৰ বাহিৰেওআৰু কি কি কামৰ বাবে পানী ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ  


৪।  বেছি বৰষুণ দিলে আমাৰ কি কি অসুবিধা  হয়।

উত্তৰঃ


৫।  জলচক্ৰৰ ছবি এখন আঁকি ৰং কৰা ।

উত্তৰঃ

৬। দলত আলোচনা কৰি বিদ্যালয় খোৱাপানীৰ ব্যৱস্থৰ সম্বন্ধে এখন প্ৰতিবেদন যুশুত কৰা ।

( শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় ল’বা )·       

 বিদ্যালয় খোৱা পানী ক,ৰপৰা লোৱা হয় ?·        

যদি তোমালোকে পানীকল , দংকল নাই, তেনে,লে খোৱা পানী ক,ৰপৰা পোৱা ?·        

সকলোবোৰ টেপ বা দমকলত পানী খাকেনে ?·        

পানী থোৱা পাত্ৰবোৰ ঢাকি থোৱা থাকেনে?·        

পাত্ৰবোৰ নিয়মিতভাৱে চাফা কৰা হয়নে ?·        

পানীখিনি কি ব্যৱস্হাৰে খোৱাৰ উপযোগী কৰা হয় ?     

 উত্তৰঃ