শাক-পাচলিৰ বাগিচা | অধ্য়ায়-৪ | Chapter 4 | Class 4 Environment SCERT School Question Answer | শাক-পাচলিৰ বাগিচা Lesson 4 আমি আৰু আমাৰ পৰিৱেশ চতুৰ্থ শ্ৰেণী SCERT School Question Answer and Solutions For Assam |

Chapter 4

শাক-পাচলিৰ বাগিচা

অনুশীলনী –


১। চমু উত্তৰ দিয়া –


(ক) দুবিধ কেঁচাই খোৱা পাচলিৰ নাম লিখা ।
উত্তৰঃ 

(খ) দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম লিখা ।

উত্তৰঃ  
(গ) দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম লিখা ।

উত্তৰঃ 

(ঘ) মাহজাতীয় শস্য দুবিধ নাম লিখা ।

উত্তৰঃ

(ঙ) তেলজাতীয় শস্য দুবিধৰ নাম লিখা ।

উত্তৰঃ 

 (চ) ধান জাতীয় শস্য দুবিধৰ নাম লিখা ।

উত্তৰঃ  

(ছ) মছলাজাতীয়  শস্য দুবিধৰ নাম লিখা ।

উত্তৰঃ 
(জ) দুবিধ খেতিৰ সঁজুলিৰ নাম লিখা।

উত্তৰঃ  

২। শুদ্ধ নে অশুদ্ধ লিখা –

(ক) খেতি কৰিবলৈ প্ৰথমতে মাটিডৰদা ভালকৈ চাহব লাগে ।

উত্তৰঃ


(খ) ঘেঁহু অসমৰ প্ৰধান শস্য ।

উত্তৰঃ 


(গ) সৰিয়হ এবিধ মাহজাতীয় শস্য ।

উত্তৰঃ 


(ঘ) আজিকালি মাটি চহ কৰিবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয় ।

উত্তৰঃ


(ঙ) খেতি-বাতি কৰি বহুলোকে জীৱিকা নিৰ্বাহ কৰে ।

উত্তৰঃ 

৩। ধান খেতি কৰিবলৈ হ’লে কি কি কৰিব লাগে ।

উত্তৰঃ 

৪।  কি কি উপায়েৰে খেতি পথাৰত পানী যোগান ধৰা হয ?

উত্তৰঃ 


৫।শীতল ভঁৰাল কি ? শীতল ভঁৰালত কি কি খাদ্য বস্তু ৰখা হয় ?

উত্তৰঃ