ভিন ভিন প্ৰাণী | অধ্য়ায়-২ | Chapter 2 | Class 4 Environment SCERT School Question Answer | ভিন ভিন প্ৰাণী Lesson 2 Class 4 আমি আৰু আমাৰ পৰিৱেশ SCERT School Question Answer and Solutions For Assam |

Chapter 2

ভিন ভিন প্ৰাণী

অনুশীলনী-

উত্তৰ লিখা –

(ক) মানুহক কিয় সৰ্বভোজী প্ৰাণী বোলে ?

উত্তৰঃ 
(খ) মাংসভোজী প্ৰাণী কাক বোলে ?

উত্তৰঃ 
(গ) তৃণভোজী প্ৰাণী কাক বোলে ?

উত্তৰঃ 

 (ঘ) প্ৰাণীক বাসস্থানৰ কিয় প্ৰয়োজন ?

উত্তৰঃ 

(ঙ) ভেকুলীয়ে কেনেকৈ পোক-পৰুৱা ধৰি খায় ?

উত্তৰঃ 

 (চ) প্ৰাণীক আহাৰৰ কিয় প্ৰয়োজন?

উত্তৰঃ  
(ছ) টোকোৰা চৰায়ে কেনেকৈ বাহ সাজে ?

উত্তৰঃ 

(জ)মাছে কোন কোন ঠাইত বাসস্থান হিচাপে ব্যৱহাৰ কৰে ?

উত্তৰঃ 
(ঝ) পৰিভ্ৰমী চৰাই বোৰে কিয় দেশ-বিদেশ ঘূৰি ফুৰে ?

উত্তৰঃ 

 
২। শুদ্ধ উত্তৰটো বাটি উলিওৱা

(ক) টুনী /কুলি / বুলবুলিচৰায়ে বাহ নাসাজেখ।


উত্তৰঃ 


(খ) ধৃতৰাজ  / বুলবুলি / ময়ূৰ এবিধ পৰিভ্ৰমী চৰাই ।

উত্তৰঃ 


৩। খালী ঠাই পূৰ কৰা –

(ক) দেশ-বিদেশৰপৰা অসমলৈ পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক _____ বোলে ।


(খ) হাঁহৰ ঠোঁট _____ আৰু _________।

 
(গ) বাহ সজাত পাৰ্গত বাবে টোকাৰা চৰাইক _______ বুলিও কয় ।


৪। ‘ক, অংশৰ লগত ‘খ, অংশ মিলোৱা –

‘ক’ ‘খ’

কণামুচৰিয়ে       শামুক খায় ।

চিলনীয়ে            ফলমূল খায় ।

হাঁহে                  মাছ খায় ।

ভাটৌৱে             মাংস খায়।

উত্তৰঃ