Class 4 Assamese Book Chapter 5 | পানী | Question Answer SCERT School

Chapter 5

পানী

উত্তৰ দিয়াঃ

নৈ-বিল , জান-জুৰি, নলী-নাদ আদিৰ উপৰি পানী আৰু ক’ত ক’ত থাকে ?

উত্তৰঃ 

উত্তৰ দিয়াঃ

ক) আমি পানী ক’ত ক’ত পাওঁ।

উত্তৰঃ-
খ) পানীৰ বিভিন্ন ৰূপসমূহ লিখা।

উত্তৰঃ- 
গ) পানী উতলিলে কেনে শব্দ হয়।

উত্তৰঃ- 
ঘ) পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়।

উত্তৰঃ- 
‘মই য’তেই থাকো তাৰেই আকাৰ লওঁ।’ — পাঠটোত পানীয়ে কি কি আকাৰ লোৱা কথা কৈছে ?

উত্তৰঃ 

তলৰ শব্দবোৰৰ অৰ্থ দলত আলোচনা কৰা।

শব্দ                       অৰ্থ 
আকাৰ        –         গঢ় 
সূক্ষ্ম           –         অতি সৰু
ছিদ্ৰ            –          বিন্ধা 
অবিৰাম      –         নেৰা – নেপেৰা 
সুৰুঙা        –          জলঙা 
ধৰা            –          পৃথিৱী 

উত্তৰ দিয়া।

ক) পানী ভাপ হৈ ক’লৈ যায় ।

উত্তৰঃ- 

খ) পানী বৰষুণ হৈ কলৈ নামি আহে ।

উত্তৰঃ- 

যুক্তাক্ষৰ গঠন কৰা।

ক্ষ + ম = ক্ষ্ম  –

ঙ   + গ  = ঙ্গ  –

বাক্য ৰচনা কৰা।

অবিৰাম –
জান – জুৰি 
কুলু -কুলু – 

সুৰুঙা – 
ছিদ্ৰ – 

কাষৰ ডুলিৰ পৰা শব্দ আনি মিলাই লিখা।
ক) দুৱাৰ /খিৰিকি বতাহত বন্ধ হ’লে  –
খ) বতাহত বাহে বাহে ঘঁহনি খালে – 
গ) বেল বাজিলে –  
ঘ) পানী উতলিলে – 

ঙ) জেঠীয়ে মাতিলে – 

‘ভাপ হৈ আকাশলৈ উঁৰো, বৰষুণ হৈ পুনৰ ধৰালৈ ঘূঁৰো।

উত্তৰঃ 
* কি কি কামত পানীৰ প্ৰয়োজন হয় তাৰ এখন তালিকা কৰা।

উত্তৰঃ 

*কেতিয়াবা যদি পানী নোহোৱা হয় নাইবা পৃথিৱীখন পানীৰে বুৰাই থয়, তেতিয়া কি কি সমস্য়া হ’ব পাৰে তলত দিয়া তালিকাত নথিভুক্ত কৰা।
যদি পানী নোহোৱা হয়

যদি পৃথিৱীখন পানীৰে বুৰাই থয়