Class 4 Assamese Book Chapter 8 | বীৰাংগনা মূলাগাভৰু | MCQs Short Question Answer SCERT School |

Chapter 8

বীৰাংগনা মূলাগাভৰু

১। অসম এখন কি ৰাজ্য় ?

(ক) বুৰঞ্জীপ্ৰসিদ্ধ

(খ) আহোম দেশৰ

(গ) তুৰ্বকৰ

উত্তৰঃ (ক) বুৰঞ্জীপ্ৰসিদ্ধ

২। মূলাগাভৰু কোন আছিল ?

(ক) বীৰ সেনাপতি

(খ) ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী

৩। তেওঁৰ স্বামীৰ নাম কি ?

(ক) তুৰ্বক

(খ) স্বৰ্গদেউ

(গ) ফ্ৰাচেংমুং বৰগোহাঁই

উত্তৰঃ (গ) ফ্ৰাচেংমুং বৰগোহাঁই

৪। তুৰ্বক কোন আছিল ?

(ক) মুছলমানসকলৰ সেনাপতি

(খ) আহোমসকলৰ সেনাপতি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মুছলমানসকলৰ সেনাপতি

৫। কলিয়াবৰৰ ৰণত তুৰ্বক কাৰ হাতত পৰাস্ত হৈছিল ?

(ক) নাৰীৰ হাতত

(খ) বীৰাংগনাৰ হাতত

(গ) আহোমসকলৰ হাতত

উত্তৰঃ (গ) আহোমসকলৰ হাতত

৬। কলিয়াবৰৰ ৰণক আৰু কি নামেৰে জনা যায় ?

(ক) কপিলী-গংগা ৰণ

(খ) থৈয়া-নথৈয়া ৰণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কপিলী-গংগা ৰণ

৭। কাৰ অস্ত্ৰাঘাতত মূলাগাভৰুৰ মৃত্য়ু হৈছিল ?

(ক) তুৰ্বকৰ অস্ত্ৰৰ আঘাতত

(খ) তুৰ্বকৰ সেনাপতি অস্ত্ৰ আঘাতত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) তুৰ্বকৰ অস্ত্ৰৰ আঘাতত

৮। সেইজন স্বৰ্গদেউক আন কি নামেৰে জনা যায় ?

(ক) ফ্ৰাচেংমুং

(খ) তুৰ্বক

(গ) স্বৰ্গ নাৰায়ণ

উত্তৰঃ (গ) স্বৰ্গ নাৰায়ণ

৯। বৰগোহাঁহাই মৃত্য়ুৰ বাতৰি ক’লৈ পাইছিল গৈ ?

(ক) গড়গাওঁ

(খ) কামৰূপ

(গ) হাজু

উত্তৰঃ (ক) গড়গাওঁ

১০। তুৰ্বকৰ সৈন্য়ক পৰাস্ত কৰি কোন নদীলৈ খেদি পঠালে ?

(ক) যমুনা নদীলৈ

(খ) কৰতোয়া নদীলৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কৰতোয়া নদীলৈ