Class 6 Computer Course Sankardev School | Chapter 2 | কম্পিউটাৰৰ প্ৰকাৰ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 2

কম্পিউটাৰৰ প্ৰকাৰ

১। প্ৰথম প্ৰজন্ম কম্পিউটাৰৰ জনক কি বুলি জনা যায় ?

(ক)Blaise Pascal

(খ)john Von Nappier

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)Blaise Pascal

২। ”ট্ৰেনজিষ্টাৰ ”(Transister) কোনটো প্ৰজন্মৰ কম্পিউটাৰত ব্যৱহাৰ কৰা হয ?

(ক)পঞ্চম প্ৰজন্ম

(খ)দ্বিতীয় প্ৰজন্ম

(গ) দ্বিতীয় প্ৰজন্ম

উত্তৰঃ(গ) দ্বিতীয় প্ৰজন্ম

৩। CDC 1604 কোনটো প্ৰজন্ম কম্পিউটাৰ ?

(ক)প্ৰথম প্ৰজন্ম

(খ)চতুৰ্থ প্ৰজন্ম

(গ)দ্বিতীয় প্ৰজন্ম

উত্তৰঃ(গ)দ্বিতীয় প্ৰজন্ম

৪।  প্ৰথম মাইক্ৰ’ প্ৰচেচৰ(Microprocessor) কোনটো প্ৰজন্ম কম্পিউটাৰ ব্যৱহাৰ কৰা হয় ?

(ক)প্ৰথম প্ৰজন্ম

(খ)চতুৰ্থ প্ৰজন্ম

(গ)পঞ্চম প্ৰজন্ম

উত্তৰঃ(খ)চতুৰ্থ প্ৰজন্ম

৫। নিতৌ নতুন নতুন উন্নত মানৰ সা – সজুলি সংযোজন কৰি অধিক উন্নত কৰি তুলিছে এই প্ৰজন্মৰ কম্পিউটাৰত কিহত ব্যৱহাৰ কৰা হয় ?

(ক)Integrated Circuit

(খ)Computer

(গ)Microchipon

উত্তৰঃ(খ)Computer

৬। ডিজিটেল কম্পিউটাৰ  কি কি সংখ্যাৰ সহায়ত কাম বোৰ চলি থাকে

(ক) ২ আৰু ১

(খ) ০ আৰু ১

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(খ) ০ আৰু ১

৭।  কিমান চনত (IBM) কোম্পানীয়ে প্ৰথম সাজি উলিয়াইছিল ?

(ক) ১৮৭০ চনত

(খ) ইয়াৰ ভিতৰত এটাও নহয়

(গ) ১৯৮১ চনত

উত্তৰঃ(গ) ১৯৮১ চনত

৮। বৰ্মাতন যুগৰ আটাইতকৈ শক্তি শালী কম্পিউটাৰ কি ?

(ক) মিনি কম্পিউটাৰ

(খ) ছুপাৰ কম্পিউটাৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(খ) ছুপাৰ কম্পিউটাৰ

৯। কম্পিউটাৰ বেছি দামী আৰু বেছি জটিল কাম কৰিব পৰা ৱমজলীয়া আকাৰৰ কম্পিউটাৰ টো কি ?

(ক) ছুপাৰ কম্পিউটাৰ

(খ) এনালগ কম্পিউটাৰ

(গ) মিনি কম্পিউটাৰ

উত্তৰঃ(গ) মিনি কম্পিউটাৰ

১০।  কম্পিউটাৰৰ দৰেই শক্তি শালী কিন্তু গণনা আৰু বিশ্লেষণ কৰাৰ ক্ষমতা ছুপাৰ কম্পিউটাতো কি ?

(ক) মিনি কম্পিউটাৰ

(খ) এনালগ কম্পিউটাৰ

(গ) মেইনফ্ৰেম কম্পিউটাৰ

উত্তৰঃ(গ) মেইনফ্ৰেম কম্পিউটাৰ

১১। এনালগ কম্পিউটাৰ কি ভাষাৰ পৰা লোৱা হৈছিল ?

(ক) অসমীয়া ভাষাৰ

(খ) গ্ৰীক ভাষাৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(খ) গ্ৰীক ভাষাৰ

১২। সংখ্যাদৰ্শলনৰ ভিত্তিত চলি থকা কম্পিউটাৰ সমূহক সাধাৰণতে কি নামেৰে জনা যায় ?

(ক) এনালগ কম্পিউটাৰ

(খ) ডিজিটেল কম্পিউটাৰ

(গ) মাইক্ৰ কম্পিউটাৰ

উত্তৰঃ(খ) ডিজিটেল কম্পিউটাৰ

১৩। আনহাতে বিশেষ শ্ৰেণী ডিজিটেল কম্পউটাৰ সহায়ত বিশেষ ধৰণৰ কাম সম্পন্ন হয় ?

(ক) হয়

(খ) নহয়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(ক) হয়

১৪। কম্পিউটাৰৰ সৰঞ্জামবোৰ এনালগ কম্পিউটাৰ আৰু কাৰ্যপ্ৰণালী হ’ল ?

(ক) মিনি কম্পিউটাৰ

(খ) ডিজিটেল কম্পিউটাৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(খ) ডিজিটেল কম্পিউটাৰ

১৫।  ছুপাৰ কম্পউটাৰ বিলাক সামৰিক ক্ৰিয়া কালাপ, মিছাইল ডিজাইন আৰু উৎক্ষেপন বতৰ গৱেষণা কামত ব্যৱহাৰ কৰা হয় ?

(ক) নহয়

(খ) হয়

(গ) ইটাৰ ভিতৰত এটাও

উত্তৰঃ(খ) হয়

১৬। ৰ্কমশৈলীৰ ওপৰত ভিত্তি কৰি কম্পিউটাৰক কেই ভাগত ভাগ কৰা হৈছে ?

(ক)তিনি ভাগত

(খ)ছয় ভাগত

(গ)সাত ভাগত

উত্তৰঃ(ক)তিনি ভাগত

১৭। সংখ্য়াদৰ্শনৰ ভিত্তিত চলিত কম্পিউটাৰ সমূহক সাধাৰণতে কি কম্পিউটাৰ বোলা হয় ?

(ক)ডিজিটেল কম্পিউটাৰ

(খ)এনালগ কম্পিউটাৰ

(গ)হাইব্ৰিড কম্পিউটাৰ

উত্তৰঃ(ক)ডিজিটেল কম্পিউটাৰ

১৮। ডিজিটেল কম্পিউটাৰ কেইপ্ৰকাৰৰ ?

(ক)তিনি প্ৰকাৰৰ

(খ)দুই প্ৰকাৰৰ

(গ)পাঁচ প্ৰকাৰৰ

উত্তৰঃ(ক)তিনি প্ৰকাৰৰ

১৯। হাইব্ৰিড কম্পিউটাৰ কি কামত ব্য়ৱহাৰ কৰা হয় ?

(ক)দোকানৰ কাম-কাজত

(খ)বৈজ্ঞানিক কাম-কাজত

(গ)কাৰ্যালয়ৰ কাম-কাজত

উত্তৰঃ(খ)বৈজ্ঞানিক কাম-কাজত

২০। বৰ্তমান যুগত আটাইতকৈ শক্তিশালী কম্পিউটাৰ কি ?

(ক)মিনি কম্পিউটাৰ

(খ)মেইনফ্ৰেম কম্পিউটাৰ

(গ)ছুপাৰ কম্পিউটাৰ

উত্তৰঃ(গ)ছুপাৰ কম্পিউটাৰ