Class 4 Assamese Book Chapter 9 | অসমৰ কাঁহ শিল্প | MCQs Short Question Answer SCERT School |

Chapter 9

অসমৰ কাঁহ শিল্প

১। অম্লান আৰু অনন্য়া কাৰ ঘৰলৈ ফুৰিবলৈ আহিল ?

(ক) পেহীয়েকৰ ঘৰলৈ

(খ) মাহীয়েকৰ ঘৰলৈ

(গ) খুৰাহতঁৰ ঘৰলৈ

উত্তৰঃ (ক) পেহীয়েকৰ ঘৰলৈ

২। অম্লান আৰু অনন্য়া কোন ঠাইলৈ ফুৰিবলৈ আহিছে ?

(ক) ভাৰতলৈ

(খ) জাপানলৈ

(গ) অসমলৈ

উত্তৰঃ (গ) অসমলৈ

৩। সেই ঠাই কি শিল্পৰ বাবে বিখ্য়াত ?

(ক) কাঁহ শিল্পৰ কাৰণে

(খ) পিতল শিল্পৰ কাৰণে

(গ) মাটি শিল্পৰ কাৰণে

উত্তৰঃ (ক) কাঁহ শিল্পৰ কাৰণে

৪। অম্লানহঁতৰ পেহীয়েকৰ ঘৰ ক’ত ?

(ক) শুৱালকুছিত

(খ) নলবাৰীত

(গ) সৰ্থেবাৰীত

উত্তৰঃ (গ) সৰ্থেবাৰীত

৫। পেহীয়েকে অনন্য়াহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক কি কাঁহী বুলি কয় ?

(ক) বান-কাঁহী

(খ) বান-বাটী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বান-কাঁহী

৬। কাক পুৰস্কাৰ দিয়া কথা পেহীয়েকে অনন্য়াহঁতক কৈছে ?

(ক) পেহাকক

(খ) মহাকক

(গ) খুৰাকক

উত্তৰঃ (ক) পেহাকক

৭। অম্লান কেনে প্ৰকাৰৰ ল’ৰা ?

(ক) কৌতূহলী

(খ) এলেহুৱা

(গ) কামিলাৰ

উত্তৰঃ (ক) কৌতূহলী

৮। মানুহৰ কি বিদ্য়া মানুহৰ লগত থাকে বুলি পাঠটোত কৈছে ?

(ক) হাতৰ বিদ্য়া

(খ) কামৰ বিদ্য়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হাতৰ বিদ্য়া

৯। ফৰিংফুটা জোনাকত আধাফুলা কোনবোৰ ফুল জিলিকি উঠিছে ?

(ক) হাছনাহানা

(খ) শেৱালি

(গ) তগৰ

উত্তৰঃ (খ) শেৱালি

১০। দূৰৈৰ নামঘৰৰ পৰা কিহৰ ঢং ঢং ধ্বনি ভাঁহি আহিছে ?

(ক) নামঘৰৰ পৰা

(খ) ঘৰৰ পৰা

(গ) ওপৰৰ এটও নহয়

উত্তৰঃ (ক) নামঘৰৰ পৰা