Class 5 Assamese Chapter 7 MCQ’s Sankardev School | অহঙ্কাৰ | Class 5 Assamese Chapter 7 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-7

অহঙ্কাৰ

১। বিৰিখৰ অৰ্থ কি ?

(ক) বৃক্ষ

(খ) ডাঙৰ গছ

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।

২। নিকা অৰ্থ কি ?

(ক) চাফা

(খ) লেতেৰা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) চাফা।

৩। গপৰ অৰ্থ কি ?

(ক) ভেম

(খ) অহংকাৰ

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) ভেম।

৪।  কি আহিলে ধূলি কণিকা বোৰ অলপ পাতল হয় ?

(ক) বৰষুণ দিলে

(খ) বতাহমাৰিলে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) বৰষুণ দিলে।

৫। খৰালি দিনত  বেছিকৈ কি হয় ?

(ক) বৰষুণ হয়

(খ) ধূলি হয়

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) ধূলি হয়।

৬। ওখন্দা মানে কি ?

(ক) ফুলি নোঠা

(খ) ফুলি উঠা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (খ) ফুলি উঠা।

৭। কবিতাটোৰ কবিজনৰ নাম কি ?

(ক) অতুলানন্দ গোস্বামী

(খ) ৰঘুনাথ চৌধাৰী

(গ) হৰিনাৰায়াণ দত্তবৰুৱা

উত্তৰঃ (খ) ৰঘুনাথ চৌধাৰী।

৮। খৰালি অৰ্থ কি ?

(ক) খৰাং

(খ) বাৰিষা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰঃ (ক) খৰাং।

৯।  চাফা অৰ্থ কি ?

(ক) পৰিস্কাৰ

(খ) নিকা

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।

১০। বৃক্ষ অৰ্থ কি ?

(ক) বিৰিখ

(খ) গছ

(গ) ওপৰৰ দুয়োটায়ে হয়

উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।

১১। গছ-লতা তৃণ __________ আদি ধূলিৰে উপচি পৰা ।

(ক) ঘৰ-বাৰী

(খ) শিৰৰ ভূষণ

(গ) এটাও নহয়

উত্তৰঃ (ক) ঘৰ-বাৰী।

১২। ভূষণ শব্দৰ অৰ্থ কি ?

(ক) খৰতকীয়া

(খ) খৰাং

(গ) অলংকাৰ

উত্তৰঃ (গ) অলংকাৰ।

১৩। কবিতাটোত থকা চকুৰে মণিব নোৱাৰা বস্তুটো কি ?

(ক) ক্ষুদ্ৰ ধূলিকণা

(খ) শিৰৰ ভূষণ

(গ) নিকা

উত্তৰঃ (ক) ক্ষুদ্ৰ ধূলিকণা।

১৪। ধূলিকণাবোৰ ক’ত পৰে ?

(ক) গছ-লতাত

(খ) দশোদিশে

(গ) এটাও নহয়

উত্তৰঃ (খ) দশোদিশে।

১৫। ধূলিৰে কি কি উপচি পৰে ?

(ক) গছ-লতা, ঘৰ-বাৰী আদি

(খ) ওখ অট্টালিকা

(গ) সৰু পজা

উত্তৰঃ (ক) গছ-লতা, ঘৰ-বাৰী আদি।

১৬। ৰজা-মহাৰজা কাৰ শিৰৰ ভূষণ হয় ?

(ক) বামুণৰ

(খ) সাধু মহন্তৰ

(গ) ধূলিকণাৰ

উত্তৰঃ (খ) সাধু মহন্তৰ।

১৭। গপত ওফন্দা কাৰ চিন-চাব মাৰ গ’ল ?

(ক) ধূলি-কণাৰ

(খ) শিৰৰ ভূষণৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) ধূলি-কণাৰ।

১৮। হঠাতে এদিন বৰষুণ পৰি কি হ’ল ?

(ক) খৰাং হ’ল

(খ) গছ-লতা লেটেৰা হ’ল

(গ) গছ-লতা নিকা হ’ল

উত্তৰঃ (গ) গছ-লতা নিকা হ’ল।

১৯। কি দিনত দশোদিশে ধূলিৰে ভৰি থাকে ?

(ক) বাৰিষা দিনত

(খ) খৰালি দিনত

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) খৰালি দিনত।

২০। ৰজা-মহাৰজা সাধু মহন্তৰো _____________ হয় ।

(ক) শিৰৰ ভূষণ

(খ) ভূল-ভান্তি

(গ) এটাও নহয়

উত্তৰঃ (ক) শিৰৰ ভূষণ।

Type By- Subhas Nath