Class 6 Assamese Chapter 16 MCQ’s Sankardev School | ভগিনী নিৱেদিতা | Class 6 Assamese Chapter 16 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 16

ভগিনী নিৱেদিতা

১। কিহেৰে এগৰাকী পূৰ্ণযৌৱনা নাৰী?

(ক) একোছা সোণালী চুনিৰে

(খ) দুটা চকুৰে

(গ) দুখন ভৰিৰে

উত্তৰ- (ক) একোছা সোণালী চুনিৰে ।

২।  ভগিনী নিৱেদিতা বৃত্তিত এগৰাকী কি?

(ক) ছাত্ৰ

(খ) শিক্ষয়িত্ৰী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) শিক্ষয়িত্ৰী ।

৩। এদিনাখন ভগিনী নিৱেদিতাই কি শুনিবলৈ পালে?

(ক) গান

(খ) সাধু এজন আহিব বুলি

(গ) কবিতা

উত্তৰ- (খ) সাধু এজন আহিব বুলি ।

৪। শিক্ষয়িত্ৰী গৰাকীয়ে কত যোগ দিলে?

(ক) ধৰ্মসভাত

(খ) অধৰ্মসভাত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ধৰ্মসভাত ।

৫। কাৰোবাৰ গুণৰ কথা জানি ভোল যোৱা বোৰক কি বোলে ?

(ক) গুণমুগ্ধ

(খ) অগুণমুগ্ধ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) গুণমুগ্ধ ।

৬। মনোকষ্ট শব্দৰ অৰ্থ কি?

(ক) মন ভাল লগা

(খ) মন বেয়া লগা

(গ) মনত পোৱা কষ্ট

উত্তৰ- (গ) মনত পোৱা কষ্ট ।

৭। দুৰৱস্থা শব্দৰ অৰ্থ কি?

(ক) বৰ ভাল অৱস্থা

(খ) বৰ বেয়া অৱস্থা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বৰ বেয়া অৱস্থা ।

৮। বুদ্ধিদীপ্ত শব্দৰ অৰ্থ কি?

(ক) জ্ঞান

(খ) জ্ঞানেৰে উজলি থকা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) জ্ঞানেৰে উজলি থকা ।

৯। পূৰ্ণ যৌৱনা শব্দৰ অৰ্থ কি?

(ক) গাভৰু

(খ) ডেকা

(গ) বুঢ়া

উত্তৰ- (ক) গাভৰু ।

১০। দৃষ্টান্ত শব্দৰ অৰ্থ কি?

(ক) গাভৰু

(খ) বুঢ়া

(গ) উদাহৰণ

উত্তৰ- (গ) উদাহৰণ ।

১১। গুৰু দক্ষিণা শব্দৰ অৰ্থ কি?

(ক) গুৰুৰ পৰা বিদায় লওঁতে দিয়া মাননি

(খ) গুৰুৰ পৰা শিক্ষা লৱলৈ যোৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) গুৰুৰ পৰা বিদায় লওঁতে দিয়া মাননি ।

১২। ভগিনী নিৱেদিতাৰ কিমান চনত মৃত্যু হৈছিল?

(ক) ১৯১১

(খ) ১৮৬৭

(গ) ১৯৫৪

উত্তৰ- (ক) ১৯১১ ।

১৩। মাৰ্গাৰেট এলিজাবেথ মবোলৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৯১১

(খ) ১৮৬৭

(গ) ১৯৫৪

উত্তৰ- (খ) ১৮৬৭ ।

১৪। মাৰ্গাৰেট এলিজাবেথৰ পিতৃৰ নাম কি আছিল?

(ক) সত্যনাথ বৰা

(খ) কমল কাকতি

(গ) ৰেভাৰেণ্ড ছেমুৱেল নবোল

উত্তৰ- (গ) ৰেভাৰেণ্ড ছেমুৱেল নবোল ।

১৫। মাৰ্গাৰেট এলিজাবথৰ মাতৃৰ নাম কি আছিল?

(ক) মেৰী হেমিণ্টন

(খ) কমলা কাকতি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) মেৰী হেমিণ্টন ।

১৬। সৰুৰে পৰা মাৰ্গাৰেট কি ছোৱালী আছিল?

(ক) কথোৰ মনৰ

(খ) কোমল মনৰ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) কোমল মনৰ ।

১৭। মাৰ্গাৰেট কিমান তাৰিখে জন্ম হৈছিল?

(ক) ২৮ অক্টোবৰ

(খ) ২৪ অক্টোবৰ

(গ) ৩১ অক্টোবৰ

উত্তৰ- (ক) ২৮ অক্টোবৰ ।

১৮। ভগিনী নিৱেদিতাৰ কিমান তাৰিখে মৃত্যু হৈছিল?

(ক) ১৮ অক্টোবৰ

(খ) ১৩ অক্টোবৰ

(গ) ১৭ অক্টোবৰ

উত্তৰ- (খ) ১৩ অক্টোবৰ ।

১৯। কোনো লোকৰ চৰিত্ৰৰ লক্ষণ লোৱা বোৰক কি বোলে?

(ক) ব্যত্তিত্ব

(খ) পূৰ্ণ যৌৱনা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ব্যত্তিত্ব ।

২০। কিহৰ মাজেৰে ভগিনী নিৱেদিতাই সমাজসেৱাৰ উজ্জ্বল দৃষ্টান্ত দেখুৱাই থৈ গ’ল?

(ক) ধন আৰু সোণৰ মাজেৰে

(খ) ত্যাগ আৰু সমপৰ্ণৰ মাজেৰে

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) ত্যাগ আৰু সমপৰ্ণৰ মাজেৰে ।

Type by- Bikul Mandal