Class 6 Assamese Chapter 15 MCQ’s Sankardev School | আগতে নিজে নিকা হ’ | Class 6 Assamese Chapter 15 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 15

আগতে নিজে নিকা হ’

১। কবিতাটোৰ কবিৰ নাম কি?

(ক) সত্যনাথ বৰা

(খ) সূৰ্যকোমাৰ বৰা

(গ) অম্বিকাগিৰি ৰায় চৌধুৰী.

উত্তৰ- (গ) অম্বিকাগিৰি ৰায় চৌধুৰী ।

২। কবিৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৮৮৫

(খ) ১৯০৭

(গ) ১৯৫০

উত্তৰ- (ক) ১৮৮৫ ।

৩। কবিয়ে কিমান চনত বন্দিনী ভাৰত নাটক ৰচনা কৰি মঞ্চস্থ কৰে?

(ক) ১৮৮৫

(খ) ১৯০৭

(গ) ১৯৬৭

উত্তৰ- (খ) ১৯০৭ ।

৪। কবিয়ে কিমান চনত গুৱীহাটী সংগীত বিদ্যালয়’ৰ প্ৰতিষ্ঠা কৰে?

(ক) ১৯২৭

(খ) ১৮৮৫

(গ) ১৯৬৬

উত্তৰ- (ক) ১৯২৭ ।

৫। কবিৰ ৰচনা এখনৰ নাম কি

(ক) ডেকা-ডেকেৰীৰ বেদ

(খ) অসম কেশৰী

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) ডেকা-ডেকেৰীৰ বেদ ।

৬। অপৰিশোধিত মনেৰে অইনৰ মনৰ মলি আঁতৰাব পাৰি নে নোৱাৰি?

(ক) পাৰি

(খ) নোৱাৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নোৱাৰি ।

৭। কবিৰ কিমান চনত মৃত্যু হয়?

(ক) ১৯৬৭

(খ) ১৯০৭

(গ) ১৩০১

উত্তৰ- (ক) ১৯৬৭ ।

৮। নিকা শব্দৰ অৰ্থ কি?

(ক) পৰিষ্কাৰ

(খ) নিৰ্মল

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

৯। পখালি শব্দৰ অৰ্থ কি?

(ক) নিকা কৰা

(খ) অপোন

(গ) নিজৰ

উত্তৰ- (ক) নিকা কৰা ।

১০। আত্মিক শব্দৰ অৰ্থ কি?

(ক) আপোন

(খ) নিজৰ

(গ) কুটুম

(ঘ) ওপৰৰ তিনিটাই হয়

উত্তৰ- (ঘ) ওপৰৰ তিনিটাই হয় ।

Type by- Bikul Mandal