Class 6 Assamese Chapter 17 MCQ’s Sankardev School | মানুহে মানুহৰ বাবে | Class 6 Assamese Chapter 17 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 17

মানুহে মানুহৰ বাবে

১। কবিতাটোৰ কবিৰ নাম কি?

(ক) ড° ভূপেন হাজৰিকা

(খ) সত্যনাথ বৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ড° ভূপেন হাজৰিকা ।

২। কবিৰ জন্ম কিমান চনত  হৈছিল ?

(ক) ১৯২৬

(খ) ১৯৮৭

(গ) ২০০১

উত্তৰ- (ক) ১৯২৬ ।

৩। কবি কিমান চনত পদ্মশ্ৰী উপাধিৰে বিভূষিত হয়?

(ক) ২০০০

(খ) ২০০৮

(গ) ১৯৭৭

উত্তৰ- (গ) ১৯৭৭ ।

৪। ১৯৮৭ চনত কবিয়ে কি বঁটা পাইছিল?

(ক) পদ্মশ্ৰী

(খ) শ্ৰীমন্ত শংকৰদেৱ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) শ্ৰীমন্ত শংকৰদেৱ ।

৫। কবিয়ে কিমান চনত পদ্মভূষণ সন্মান লাভ কৰে?

(ক) ২০০১

(খ) ২০০৯

(গ) ২০০৪

উত্তৰ- (ক) ২০০১ ।

৬। কবিৰ কিমান চনত  মৃত্যু হৈছিল?

(ক) ১৯৭৬

(খ) ২০১১

(গ) ২০০৯

উত্তৰ- (খ) ২০১১ ।

৭। যিয়ে আনক অন্যায় কৰে।

(ক) মানুহ

(খ) দানৱ

(গ) জন্তু

উত্তৰ- (খ) দানৱ ।

৮। কাহানি শব্দৰ অৰ্থ কি?

(ক) যেতিয়া

(খ) কেতিয়া

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (খ) কেতিয়া ।

৯। একোটা কথা পুনৰায় কোৱা।

(ক) দৰা

(খ) দোহৰা

(গ) ওপৰৰ দয়োটাই হয়

উত্তৰ- (খ) দোহৰা ।

১০। কোবাল শব্দৰ অৰ্থ কি?

(ক) অতিবেগী

(খ) তীৰ গতি

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

Type by- Bikul Mandal