Class 6 Assamese Chapter 18 MCQ’s Sankardev School | বিজ্ঞানী ড° ৰোহিণীকান্ত বৰুৱা | Class 6 Assamese Chapter 18 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 18

বিজ্ঞানী ড° ৰোহিণীকান্ত বৰুৱা

১। ৰোহিণীকান্ত বৰুৱাৰ কিমান চনত জন্ম হৈছিল ?

(ক) ১৯১০ চনত

(খ) ১৮১০ চনত

(গ) এটাও নহয়

উত্তৰ- (ক) ১৯১০ চনত ।

২। দেউতাকৰ মৃত্য়ুৰ পাছত ৰোহিণীকান্তৰ পৰিয়ালটো কলৈ গৈছিল ?

(ক) ডিব্ৰুগড়লৈ

(খ) শিৱসাগৰলৈ

(গ) এটাও নহয়

উত্তৰ- (খ) শিৱসাগৰলৈ ।

৩। কিমান চনত ড° ৰোহিণীকান্ত বৰুৱা অসমলৈ উভতি আহিল ?

(ক) ১৯৮৪ চনত

(খ) ১৯৪৮ চনত

(গ) এটাও নহয়

উত্তৰ- (খ) ১৯৪৮ চনত ।

৪। তেওঁৰ দেউতাকৰ নাম কি আছিল ?

(ক) কেশৱকান্ত বৰুৱা

(খ) ক্ষীৰধৰ বৰুৱা

(গ) এটাও নহয়

উত্তৰ- (ক) কেশৱকান্ত বৰুৱা ।

৫। কোন স্কুলৰ পৰা তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ?

(ক) তেজপুৰ চৰকাৰী হাইস্কুল

(খ) শিৱসাগৰ চৰকাৰী হাইস্কুল

(গ) এটাও নহয়

উত্তৰ- (খ) শিৱসাগৰ চৰকাৰী হাইস্কুল ।

৬। তেওঁৰ প্ৰিয় বিষয় কি ?

(ক) গণিত

(খ) বিজ্ঞান

(গ) এটাও নহয়

উত্তৰ- (গ) এটাও নহয় ।

৭। তেওঁ কটন কলেজৰ পৰা কি পৰীক্ষাত উত্তীৰ্ণ হৈছিল ?

(ক) আই.এছ.ছি.

(খ) বি.এছ.ছি.

(গ) এটাও নহয়

উত্তৰ- (ক) আই.এছ.ছি. ।

৮। ৰোহিণীকান্ত কলকাতালৈ গৈ কি কলেজত ভৰ্ত্তি হয় ?

(ক) কলিকতা বিশ্ৱবিদ্য়ালয়

(খ) প্ৰেছিডেন্সি

(গ) এটাও নহয়

উত্তৰ- (খ) প্ৰেছিডেন্সি ।

৯। ৰসায়ন বিজ্ঞানৰ লগে লগে ৰোহিণীকান্তই কি বিষয়টোও অধ্য়য়ন কৰিছিল ?

(ক) আইন

(খ) গণিত

(গ) এটাও নহয়

উত্তৰ- (ক) আইন ।

১০। তেওঁ কিমান চনত ইংলণ্ডলৈ যাত্ৰা কৰে ?

(ক) ১৯৬৪ চনত

(খ) ১৯৬০ চনত

(গ) এটাও নহয়

উত্তৰ- (গ) এটাও নহয় ।

১১। গাজৰ,অমিতা আদিত কি পদাৰ্থ থাকে ?

(ক) ভিটামিন-এ

(খ) কেৰ’টিনইড

(গ) এটাও নহয়

উত্তৰ- (খ) কেৰ’টিনইড ।

১২। তেওঁ কি পুথিৰ বাবে অসম সাহিত্য় সভাৰ বঁটা লাভ কৰিছিল ?

(ক) বিজ্ঞানৰ সাধু

(খ) অকণ

(গ) এটাও নহয়

উত্তৰ- (ক) বিজ্ঞানৰ সাধু ।

১৩। ড° বৰুৱাৰ কিমান চনত মৃত্য়ু হৈছিল ?

(ক) ১৯৮৬ চনৰ ৭ জুলাইত

(খ) ১৯৬৮ চনৰ ৭ ডিচেম্বৰত

(গ) এটাও নহয়

উত্তৰ- (গ) এটাও নহয় ।

১৪। ড° বৰুৱাৰ কেনেকৈ মৃত্য়ু হৈছিল ?

(ক) হৃদযন্ত্ৰক ক্ৰিয়া বন্ধ হৈ

(খ) ৰক্তবিহিন হৈ

(গ) এটাও নহয়

উত্তৰ- (ক) হৃদযন্ত্ৰক ক্ৰিয়া বন্ধ হৈ ।

১৫। ড° ৰোহিণীকান্ত বৰুৱাৰ ক’ত জন্ম হৈছিল ?

(ক) শিৱসাগৰত

(খ) শদিয়াত

(গ) এটাও নহয়

উত্তৰ- (খ) শদিয়াত ।

১৬। ১৯৩৮ চনত ৰোহিণীকান্তই কোন কলেজত অধ্য়াপক হিচাপে যোগদান কৰে ?

(ক) কটন কলেজত

(খ) প্ৰেছিডেন্সি কলেজত

(গ) এটাও নহয়

উত্তৰ- (ক) কটন কলেজত ।

১৭। তেওঁ কিমান চনত ডক্টৰেট উপাধি লাভ কৰে ?

(ক) ১৯৪৮ চনত

(খ) ১৯৪৬ চনত

(গ) এটাও নহয়

উত্তৰ- (ক) ১৯৪৮ চনত ।

১৮। তেখেতে কোন কলেজত জৈৱ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক হৈছিল ?

(ক) কটন কলেজত

(খ) অসম চিকিৎসা মহাবিদ্য়ালয়ত

(গ) এটাও নহয়

উত্তৰ- (খ) অসম চিকিৎসা মহাবিদ্য়ালয়ত ।

১৯। তেওঁৰ ক’ত মৃত্য়ু হৈছিল ?

(ক) কলকাতাত

(খ) শদিয়াত

(গ) এটাও নহয়

উত্তৰ- (ক) কলকাতাত ।

২০। জলপানি শব্দৰ অৰ্থ কি ?

(ক) পঢ়া-শুনাৰ মাজেৰে লাভ কৰা জ্ঞান

(খ) পঢ়া-শুনাৰ খৰচৰ বাবে পোৱা আৰ্থিক সাহায্য়

(গ) এটাও নহয়

উত্তৰ- (খ) পঢ়া-শুনাৰ খৰচৰ বাবে পোৱা আৰ্থিক সাহায্য় ।

Type by- Bikul Mandal