Class 6 Assamese Chapter 19 MCQ’s Sankardev School | সন্ধিয়া | Class 6 Assamese Chapter 19 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 19

সন্ধিয়া

১। কবিতাটোৰ কবিৰ নাম কি আছিল?

(ক) সত্যনাথ বৰা

(খ) সিংহদত্ত দেৱ অধিকাৰী

(গ) কমল বৰা

উত্তৰ- (খ) সিংহদত্ত দেৱ অধিকাৰী ।

২। কবিৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৮৮৯

(খ) ১৯২২

(গ) ১৯৩২

উত্তৰ- (ক) ১৮৮৯ ।

৩। কবিৰ পিতৃৰ নাম কি?

(ক) কমল বৰা

(খ) ৰমল বৰা

(গ) মহোদত্ত অধিকাৰী

উত্তৰ- (গ) মহোদত্ত অধিকাৰী ।

৪। কবিৰ কবিতা পুথিসমূহ কি কি?

(ক) ৰেণু

(খ) মণিমালা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

৫। কবিৰ কিমান চনত মৃত্যু হয়?

(ক) ১৯৩৫

(খ) ১৯২৫

(গ) ১৯৬৫

উত্তৰ- (খ) ১৯২৫ ।

৬। এটা শব্দত প্ৰকাশ কৰা। (১) যিজনে নাও বায় ?

(ক) নাৱৰীয়া

(খ) গাৱলীয়া

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) নাৱৰীয়া ।

৭। বাতেৰে  গৈ থকা মানুহ?

(ক) হাটৰুৱা

(খ) বাটৰুৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বাটৰুৱা ।

৮। ঘৰমুৱা শব্দৰ অৰ্থ কি?

(ক) বাতৰ ফালে

(খ) ঘৰৰ ফালে

(গ) বনৰ ফালে

উত্তৰ- (খ) ঘৰৰ ফালে ।

৯। জেউতি শব্দৰ অৰ্থ কি?

(ক) পোহৰ

(খ) এন্ধাৰ

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (ক) পোহৰ ।

১০। ভুঞ্জা শব্দৰ অৰ্থ কি?

(ক) ভোগ কৰা

(খ) ভোজন কৰা

(গ) ওপৰৰ দুয়োটাই হয়

উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।

Type by- Bikul Mandal