আমাৰ অধিকাৰ | অধ্য়ায়-১৪ | Chapter 14 | Class 4 Environment SCERT School Question Answer | আমাৰ অধিকাৰ Lesson 14 আমি আৰু আমাৰ পৰিৱেশ চতুৰ্থ শ্ৰেণী SCERT Question Answer and Solutions For Assam |

Chapter 14

আমাৰ অধিকাৰ

অনুশীলনী

১। (ক) লিংগ-বৈষম্য মানে কি? 

উত্তৰঃ 


(খ) শিশুৰ অধিকাৰ বুলিলে কি বুজা? 

উত্তৰঃ  


(গ) শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম উল্লেখ কৰা।

উত্তৰঃ  


(ঘ) অসমত শিশু সুৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰঃ

২। খালী ঠাই পূৰ কৰা।
(ক) বাছেৰে গৈ থাকোঁতে সিহঁতে দুডৰামান               দেখিলে। 

উত্তৰঃ 


(খ) সিহঁতে বিদ্যালয়খনৰ                    সভাত অংশগ্ৰহণ কৰিলে। 

উত্তৰঃ 


(গ) আমাৰ দেশৰ চৰকাৰে                  চনত শিশু শ্ৰমিক আইন প্ৰণয়ন কৰে। 

উত্তৰঃ 


(ঘ) ২০০৯ চনত                 শিক্ষাৰ আইন প্ৰবৰ্তন কৰা হয়।

উত্তৰঃ 

৩। সত্যনে অসত্য লিখা

(ক) সিহঁতে দেখা বিদ্যালয়খনত ছোৱালীৰ সংখ্যা যথেষ্ট আছিল। 

উত্তৰঃ 


(খ) সেই অঞ্চলটোৰ জনবসতি সেৰেঙা আছিল।

 উত্তৰঃ 


(গ) লিংগ-বৈষম্য মানে ল’ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ। 

উত্তৰঃ 


(ঘ) মালালা ইউচফ্যাই ভাৰতীয় মহিলা।

উত্তৰঃ


৪। আকস্মিক বক্তৃতা আয়োজন কৰা—

লিংগ-বৈষম্য, শিশু শ্রমিক, শিশুৰ অধিকাৰ, ক্ষেত্র ভ্রমণ, প্রাতঃসভা, বিদ্যালয়

উত্তৰঃ 


৫। প’ষ্টাৰ লিখা

(ক) শিক্ষা শিশুৰ মৌলিক অধিকাৰ 

উত্তৰঃ


(খ) ৬ৰ পৰা ১৪ বছৰৰ সকলো শিশুৰ শিক্ষা বাধ্যতামূলক।

উত্তৰঃ