Class 5 Environment Chapter 13 | উদ্য়োগ | MCQs Short Question Answer SCERT School |

Chapter 13

 উদ্য়োগ

1.  কিমান চনত অসমত এটা ডাঙৰ ভূমিকম্প হৈছিল ?

(ক)1960

(খ)1950

(গ)1963

উত্তৰঃ (খ)1950

2. ভূপালত গেছ দূৰ্ঘটনা কিমান চনত হৈছিল ?

(ক)1958

(খ)1945

(গ)1984

উত্তৰঃ (গ)1984

3. বনজুই কি ?

(ক) পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে।

(খ) হাবিত লগা জুই।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (খ) হাবিত লগা জুই।

4. মানুহে জুম খেতি কৰিবলৈ পাহাৰৰ গছ-গছনিবোৰ খেতিৰ বাবে বাট মুকলি কৰিবলৈ কি কৰে ?

(ক) জুই লগাই দিয়ে।

(খ) কাটি পেলায়।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (ক) জুই লগাই দিয়ে।

5. সামাজিক বননীকৰণ কৰি কি ৰোধ কৰিব পাৰি ?

(ক)ভূমিকম্প।

(খ)বনজুই।

(গ)ভূমিস্খলন।

উত্তৰঃ (গ)ভূমিস্খলন।

6. তলত উল্লেখ কৰা কোনটো বানপানীৰ পৰা ৰক্ষা পাব পাৰি ?

(ক) অপৰিকল্পিতভাৱে কেইবামহলীয়া ঘৰ সাজি থাকিলে।

(খ) জলাশয় পুতি যেনিতেনি অপৰিকল্পিতভাৱে ঘৰ সজা বন্ধ কৰা।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (খ) জলাশয় পুতি যেনিতেনি অপৰিকল্পিতভাৱে ঘৰ সজা বন্ধ কৰা।

7. ভূমিস্খলন ক’ত সঘনাই হোৱা দেখা যায় ?

(ক)হিমালয় দাঁতিকাষৰীয়া অঞ্চলত।

(খ)সমভূমি অঞ্চলত।

(গ)পাহাৰীয়া অঞ্চলত।

উত্তৰঃ (ক)হিমালয় দাঁতিকাষৰীয়া অঞ্চলত।

8. ভূমিকম্পৰ ফলত নদীত কি হয় ?

(ক)ভূমিস্খলন হয়।

(খ)খৰাং হয়।

(গ)সুঁতি সলনি হয়।

উত্তৰঃ (গ)সুঁতি সলনি হয়।

9.  যধেমধে গছ-গছনি কাটি পেলোৱাৰ ফলত বৰষুণৰ পৰিমাণ কমি গৈ কি সৃষ্টি হয় ?

(ক)বানপানী।

(খ)ভূমিকম্প।

(গ)খৰাং।

উত্তৰঃ (গ)খৰাং।

10. ভূপালত হোৱা গেছ দুৰ্ঘটনা কিমান কিলোমিটাৰ বিয়পি বায়ুমণ্ডলত মিহলি হৈছিল ?

(ক)10 কিলোমিটাৰ।

(খ)5 কিলোমিটাৰ।

(গ)7 কিলোমিটাৰ।

উত্তৰঃ (খ)5 কিলোমিটাৰ।