Class 5 Environment Chapter 11 | পৰিৱেশ প্ৰদূষণ | MCQs Short Question Answer SCERT School |

Chapter 11

পৰিৱেশ প্ৰদূষণ

1. মেৰু অঞ্চলত শ্লেজ গাড়ী চোঁচৰাই কোন প্ৰাণীয়ে নিয়ে ?

(ক)সিংহ।

(খ)বল্গা হৰিণ।

(গ)বগা ভালুক।

উত্তৰঃ (খ)বল্গা হৰিণ।

2. মুম্বাই আৰু থানেৰ মাজত প্ৰায় 21 মাইল দীঘল ভাৰতৰবৰ্ষৰ প্ৰথম ৰে’লপথ চৰকাৰীভাৱে কিমান চনত মুকলি কৰা হয় ?

(ক)1853

(খ)1836

(গ)1895

উত্তৰঃ (ক)1853

3. অসমত ডিব্ৰু-শদিয়া ৰে’লপথ কিমান চনৰ ভিতৰত নিৰ্মাণ কৰা হয় ?

(ক)1958-1959

(খ)1689-1690

(গ)1882-1884

উত্তৰঃ (গ)1882-1884

4. তলত উল্লেখ কৰা কোন কেইখন গাড়ী ৰে’লপথত চলা ?

(ক)নাওঁ, ছাবমেৰিন।

(খ)ৰিক্সা, চাইকেল।

(গ)ৰে’লগাড়ী, ট্ৰাম বাছ।

উত্তৰঃ (গ)ৰে’লগাড়ী, ট্ৰাম বাছ।

5. বৰ্তমান অসমত প্ৰায় কিমান কিলোমিটাৰ পথ নিৰ্মান কৰা হৈছে ?

(ক)42,586

(খ)42,641

(গ)42,653

উত্তৰঃ (খ)42,641

6. ভাৰতত কিমানটা প্ৰধান জাহাজ বন্দৰ আছে ?

(ক)15 টা।

(খ)12 টা।

(গ)19 টা।

উত্তৰঃ (খ)12 টা।

7. কিমান চনৰ পৰা গুৱাহাটী আৰু দিল্লীৰ মাজত বিমান চলাচলৰ আৰম্ভ হয় ?

(ক)1956

(খ)1943

(গ)1981

উত্তৰঃ (গ)1981

8. কোন কেইখন ঠাইত বৰ্তমানলৈ ৰে’লপথৰ ব্য়ৱস্থা হোৱা নাই ?

(ক)মনিপুৰ আৰু ত্ৰিপুৰা।

(খ)মেঘালয় আৰু ছিকিম।

(গ)অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড।

উত্তৰঃ (খ)মেঘালয় আৰু ছিকিম।

9. ভাৰতবৰ্ষত কিমানটা ৰাষ্ট্ৰীয় জলপথ আছে ?

(ক)তিনিটা।

(খ)চাৰিটা।

(গ)সাতটা।

উত্তৰঃ (ক)তিনিটা।

10. উৰাজাহাজ আৰু হেলিকপ্টাৰ এই কেইখন কোন ঠাইত চলা বাহন ?

(ক)আলিবাটত চলা।

(খ)আকাশত চলা।

(গ)পানীত চলা।

উত্তৰঃ (খ)আকাশত চলা।