Class 5 Environment Chapter 12 | উদ্য়োগ | MCQs Short Question Answer SCERT School |

Chapter 12

উদ্য়োগ

1. অসম কি খেতিৰ বাবে বিখ্য়াত ?

(ক)কপাহ খেতিৰ বাবে।

(খ)চাহ খেতিৰ বাবে।

(গ)ধান খেতিৰ বাবে।

উত্তৰঃ (খ)চাহ খেতিৰ বাবে।

2. কোন জিলাৰ টোকলাই নামৰ ঠাইত চাহৰ গৱেষণা কেন্দ্ৰ আছে ?

(ক)যোৰহাট জিলাৰ।

(খ)কামৰূপ জিলাৰ।

(গ)ডিব্ৰুগড় জিলাৰ।

উত্তৰঃ (ক)যোৰহাট জিলাৰ।

3. ভাৰতৰ প্ৰায় কিমান শতাংশ চাহ অসমৰ পৰাই উৎপাদন কৰা হয় ?

(ক)60 শতাংশ।

(খ)50 শতাংশ।

(গ)87 শতাংশ।

উত্তৰঃ (খ)50 শতাংশ।

4. চাহ উৎপাদনত ভাৰতৰ স্থান কিমান ?

(ক) দ্বিতীয়।

(খ) তৃতীয়।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (গ) ওপৰৰ এটাও শুদ্ধ নহয়।

5. তেল উদ্য়োগ ক’ত আছে ?

(ক)ডিগবৈ, নুমলীগড় আদিত।

(খ)চাৰিদুৱাৰ, জাগীৰোড আদিত।

(গ)নামৰূপ, বোকাজান আদিত।

উত্তৰঃ (ক)ডিগবৈ, নুমলীগড় আদিত।

6. প্লাইউদ উদ্য়োগ ক’ত আছে ?

(ক)শিলঘাট, নামৰূপ আদিত।

(খ)তিনিচুকীয়া, মৰিয়নী আদিত।

(গ)কামপুৰ, বোকাজান আদিত।

উত্তৰঃ (খ)তিনিচুকীয়া, মৰিয়নী আদিত।

7. কিমান চনত বৰুৱাবামুণ গাঁৱত চেনি উদ্য়োগ স্থাপন কৰিছিল ?

(ক)1958 চনত।

(খ)1998 চনত।

(গ)1825 চনত।

উত্তৰঃ (ক)1958 চনত।

8. কিমান চনত বৃটিছে অসমত খাৰুৱা তেল আৱিস্কাৰ কৰিছিল ?

(ক)1998 চনত।

(খ)1958 চনত।

(গ)1825 চনত।

উত্তৰঃ (গ)1825 চনত।

9. ভাৰতত 200 ৰো অধিক কি উদ্য়োগ আছে ?

(ক)চেনি উদ্য়োগ।

(খ)কাগজ উদ্য়োগ।

(গ)ৰেচম উদ্য়োগ।

উত্তৰঃ (ক)চেনি উদ্য়োগ।

10. উত্তৰ ভাৰতৰ পৰা কিমান শতাংশ চেনি উৎপন্ন কৰা হয় ?

(ক)50 শতাংশ।

(খ)60 শতাংশ।

(গ)80 শতাংশ।

উত্তৰঃ (খ)60 শতাংশ।

11. ভাৰতৰ অন্য়তম বৃহৎ উদ্য়োগটোৰ নাম কি ?

(ক)চেমি উদ্য়োগ।

(খ)কপাহী বস্ত্ৰ উদ্য়োগ।

(গ)লো-তীখা উদ্য়োগ।

উত্তৰঃ (গ)লো-তীখা উদ্য়োগ।

12. চেনি উদ্য়োগৰ প্ৰধান কেঁচামাল কি ?

(ক) কুঁহিয়াৰ।

(খ) বাঁহ।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (ক) কুঁহিয়াৰ।