Class 6 Social Science SCERT | Chapter 20 | কৃষি, উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 20

কৃষি, উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ

১। ক’ৰ ড° এম এচ স্বামীনাথনক ভাৰতৰ ‘সেউজ বিপ্লৱ’ৰ পিতৃ আখ্যা দিয়া হৈছে?

ক) কলকতাৰ

খ) মুম্বাইৰ

গ) তামিলনাডুৰ

উত্তৰঃগ) তামিলনাডুৰ

২। কুঁহিয়া ৰসৰ পৰা কি প্ৰস্তুত কৰা হয়?  

ক) চেনি

খ) মিঠৈ

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃক) চেনি

৩। কি গছৰ পৰা কাগজ তৈয়াৰ কৰা হয়?

ক) আঁহত গছৰ পৰা

খ) চেগুন গছৰ পৰা

গ) বাঁহ গছৰ পৰা

উত্তৰঃগ) বাঁহ গছৰ পৰা

৪। শুৱালকুছি কি শিল্পৰ লগত জড়িত?

ক) বাঁহ-বেতৰ শিল্পৰ লগত

খ) পাট-মুগা শিল্পৰ লগত

গ) কাঁহৰ শিল্পৰ লগত

উত্তৰঃখ) পাট-মুগা শিল্পৰ লগত

৫। নলবাৰী কি শিল্পৰ লগত জড়িত?

ক) বাঁহ-বেতৰ শিল্পৰ লগত

খ) কাঁহৰ শিল্পৰ লগত

গ) পাট-মুগা শিল্পৰ লগত

উত্তৰঃক) বাঁহ-বেতৰ শিল্পৰ লগত

৬। সৰ্থেবাৰী কি শিল্পৰ লগত জড়িত?

ক) পিতলৰ শিল্পৰ লগত

খ) কাঁহৰ শিল্পৰ লগত

গ) বাঁহ-বেতৰ শিল্পৰ লগত

উত্তৰঃখ) কাঁহৰ শিল্পৰ লগত

৭। লখিমপুৰ আৰু ধেমাজি কি শিল্পৰ লগত জড়িত?

ক) পাট-মুগা শিল্পৰ লগত

খ) মুগা শিল্পৰ লগত

গ) পিতলৰ শিল্পৰ লগত

উত্তৰঃখ) মুগা শিল্পৰ লগত

৮। কৰ্মক্ষেত্ৰ অনুসৰি মানুহৰ বৃত্তিসমূহ প্ৰধানকৈ কেইটা অৰ্থনৈতিক খণ্ডৰ লগত জড়িত?

ক) ৩ টা

খ) ৪ টা

গ)  ৫ টা

উত্তৰঃ ক) ৩ টা

৯। পোক-পতঙ্গৰ আক্ৰমণৰ পৰা শস্যৰ ৰক্ষা কৰিবলৈ নানাধৰণৰ কীটনাশক দ্ৰব্যৰ আজিকালি ব্যৱহাৰ কৰা হয় নে নহয়?

ক) হয়

খ) নহয়

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃক) হয়

১০। হাজো কি শিল্পৰ লগত জড়িত?

ক) কাঁহৰ শিল্পৰ লগত

খ) পিতলৰ শিল্পৰ লগত

গ) বাঁহ-বেতৰ শিল্পৰ লগত

উত্তৰঃ খ) পিতলৰ শিল্পৰ লগত

১১। কি ব্য়ৱহাৰৰ ফলত কৃষি, উদ্য়োগ আৰু সেৱাখণ্ডৰ ব্য়াপক উন্নতি হৈছে? 

ক) মানুহৰ

খ) গাড়ীৰ

গ) প্ৰযুক্তিৰ

উত্তৰঃ গ) প্ৰযুক্তিৰ

১২। যিবিলাক বস্তু আমি পোনে পোনে প্ৰকৃতিৰপৰা নাপাওঁ সেইবিলাক কিহৰ জৰিয়তে পাওঁ?

ক) কৃষিৰ

খ) উদ্য়োগৰ

গ) মানুহৰ

উত্তৰঃখ) উদ্য়োগৰ

১৩। কিহৰ আক্ৰমণৰপৰা শস্য়ক ৰক্ষা কৰিবলৈ নানাধৰণৰ কীটনাশক দ্ৰব্য় আজিকালি ব্য়ৱহাৰ কৰা হয়?

ক) মানুহৰ

খ) জীৱ-জন্তুৰ

গ) পোক-পতঙ্গৰ

উত্তৰঃ গ) পোক-পতঙ্গৰ

১৪। কিহৰ জৰিয়তে বিভিন্ন বিযয়ৰ অলেখ তথ্য়-পাতি সহজতে সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি?

ক) যাতায়াতৰ

খ) ইণ্টাৰনেটৰ

গ) ডিজিটেলাইজডৰ

উত্তৰঃ খ) ইণ্টাৰনেটৰ

১৫। কিহৰ জৰিয়তে এতিয়া নিমিষতে পূথিৱীৰ যিকোনো ঠাইলৈ যিকোনো খবৰ, তথ্য়, স্থিৰ ছবি বা ভিডিঅ ছবি প্ৰেৰণ কৰিব পাৰি?

ক) ম’বাইলৰ

খ) ফেক্সৰ

গ) ই-মেইলৰ

উত্তৰঃ গ) ই-মেইলৰ

১৬। কি আৱিষ্কাৰৰ পাছৰেপৰা মানুহে বিভিন্ন ধৰণৰ যান-বাহন প্ৰস্তুত কৰি ল’ব পৰা হ’ল?

ক) ইঞ্জিন

খ) চকা

গ) মদগা

উত্তৰঃখ) চকা

১৭। চিকিৎসা সেৱাৰ মান উন্নত কৰাত কোনে যথেষ্ট অৱদান আগবঢ়াইছে?

ক) প্ৰযুক্তিয়ে

খ) গছ-গছনিয়ে

গ) জীৱ-জন্তুৱে

উত্তৰঃক) প্ৰযুক্তিয়ে

১৮। উন্নত কি আৱিষ্কাৰে ৰোগ নিৰাময়ত যথেষ্ট সহায় কৰিছে?

ক) ঔষধ

খ) মবাইল

গ) টেলিভিছন

উত্তৰঃক) ঔষধ

১৯। প্ৰযুক্তিয়ে যাতায়াত ব্য়ৱস্থা পূৰ্বৰ তুলনাত বহু পৰিমাণে _______আৰু_______ কৰি তুলিছে?

ক) সুচল আৰু খৰতকীয়া

খ) বেয়া আৰু বেকাবেকী

গ) বেয়া আৰু খলা-বমা

উত্তৰঃক) সুচল আৰু খৰতকীয়া

২০। উৎপাদন বৃদ্ধিৰ লগে লগে ৰাহি হোৱা ফচলখিনি কি প্ৰয়োজনীয়তা আহি পৰে?

ক) বেচা

খ) কিনা

গ) সংৰক্ষণ কৰাৰ

উত্তৰঃগ) সংৰক্ষণ কৰাৰ